২২ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৃষ্ঠাটো খালী কৰা হ'ল
1 নং শাৰী:
'''২২ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৯৫ তম ([[অধিবৰ্ষ]]ত ২৯৬ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭০ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
 
১/ ১৭৬৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত পৰে , [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসন আৰম্ভ হয় ।
 
২/ ১৭৬৪ চনৰ আজিৰ দিনটোতে [[বক্সাৰ যুদ্ধ]] হয় আৰু ইংৰাজৰ বিহাৰ অধিকাৰ ।
 
৩/ ১৯৩৮ চনৰ আজিৰ দিনটোতে পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ কৰে কৰে। ১৯৪৭ চনত এই পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই জেৰৌগ্ৰাফী বা [[জেৰক্স মেচিন]] নিৰ্মাণ কৰা হয় ।
 
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্য উছৰ্গা কৰা হয় ।
 
৫/ ১৯৭৫ চনৰ আজিৰ দিনটোতে ইংৰাজ ইতিহাসবিদ [[আনল্ড যোছেফ টয়নবিৰ]]ৰ মৃত্যু হয় ।
 
৬/ ১৯৯৪ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয় ।
 
৭/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল কৰা হয় , ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত হয় ।
 
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত হয় ।
 
৯/ ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানৰ এক চিকিৎসালয়ত মাৰ্কিন বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু হয় ।
 
১০/ ২০০২ চনৰ আজিৰ দিনটোতে যাযাবৰ ছদ্মনামেৰে বিখ্যাত বাংলা লেখক[[ বিনয় মুখোপাধ্যায়]]ৰ ৯২ বছৰ বয়সত মৃত্যু হয় ।
 
১১/ ২০০৩ চনৰ আজিৰ দিনটোতে [[ফিফা]]ৰ ৰেংকিংত ব্ৰাজিল বিশ্ব ফুটবলৰ শীৰ্ষত হয় হয়।
 
১২/ ১৯৩৪ চনৰ আজিৰ দিনটোতে এগৰাকী প্ৰসিদ্ধ অসমীয়া সাহিত্যিক। [[ভৃগুমুনি কাগয়ুং]]ৰ জন্ম হয়।
 
১৩/ ১৮৪৪ চনৰ আজিৰ দিনটোতে [[ছাৰা বাৰ্নহাৰ্ট]]ৰ জন্ম হয়। এখেত এগৰাকী ফৰাছী মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচিত্ৰৰ অভিনেত্ৰী আছিল । এখেতক 'চলচ্চিত্ৰ জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' জনা যায়।
 
১৪/ ১৯৫৮ চনৰ আজিৰ দিনটোতে বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বাংলা কবি [[জীবনানন্দ দাস]]ৰ মৃত্যু হয় ।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:22 October|২২ অক্টোবৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/october/22 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
 
[[শ্ৰেণী:অক্টোবৰ]]