২১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

182.66.19.94 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Justabot123য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই ন...
পৃষ্ঠাটো খালী কৰা হ'ল
1 নং শাৰী:
'''২১ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৯৪ তম ([[অধিবৰ্ষ]]ত ২৯৫ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
১/ ১২৯৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে [[আলাউদ্দিন খিলিজী]]য়ে দিল্লীৰ সিংহাসন আৰোহণ কৰে ।
 
২/ ১৭৭২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি [[ছেমুৱেল টেলৰ ক'লৰিজ]]ৰ জন্ম হয় ।
 
৩/ ১৮০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঐতিহাসিক [[ট্ৰেফেলগাৰ যুদ্ধ]]ত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ জয়লাভ হয় ।
 
৪/ ১৯৩৪ চনৰ আজিৰ দিনটোতে জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দল গঠন কৰা হয় ।
 
৫/ ১৯৩৪ চনৰ আজিৰ দিনটোতে [[মাও-ছে-তুঙ]]ৰ বিখ্যাত লং মাৰ্চ আৰম্ভ হয় ।
 
৬/ ১৯৪৩ চনৰ আজিৰ দিনটোতে ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয় ।
 
৭/ ১৯৯১ চনৰ আজিৰ দিনটোতে এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলেৰে [[কপিলদেৱ]]ৰ বিশ্ব অভিলেখ ।
 
৮/ ১৯৯৮ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ অভিনেতা [[অজিত]]ৰ ৭৬ বছৰ বয়সত মৃত্যু হয় ।
 
৯/ ১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰবীণ প্ৰযোজক তথা পৰিচালক [[বি আৰ চোপ্ৰা]]লৈ ১৯৯৮ চনৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয় ।
 
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ।
 
১১/ ২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব জুনিয়ৰ হকীত ভাৰত চেম্পিয়ন হয় ।
 
১২/ ১৯৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক [[জেক কেৰুয়াক]] (ইংৰাজী: Jack Kerouac) ৰ মৃত্যু হয়।
 
১৩/ ১৮৩৩ চনৰ আজিৰ দিনটোতে এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী [[আলফ্ৰেড ন'বেল]]ৰ জন্ম,হয়।
 
 
== বাহ্যিক সংযোগ ==
{{commons|Category:21 October|২১ অক্টোবৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/october/21 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
 
[[শ্ৰেণী:অক্টোবৰ]]