২১ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

182.66.19.94 (কথা-বতৰা)ৰ সম্পাদনাসমূহ Syum90য়ে কৰা শেষ সংশোধনলৈ ঘূৰাই নিয়া...
No edit summary
1 নং শাৰী:
'''২১ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২৯৪ তম ([[অধিবৰ্ষ]]ত ২৯৫ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭১ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
==ঘটনাপঞ্জী==
*১২৯৬ - [[আলাউদ্দিন খিলিজী]]ৰ দিল্লীৰ সিংহাসনত আৰোহণ।
৩/ *১৮০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে- ঐতিহাসিক [[ট্ৰেফেলগাৰ যুদ্ধ]]ত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ জয়লাভ হয়বাহিনী জয়লাভ।
৪/ *১৯৩৪ চনৰ আজিৰ দিনটোতে- জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দল গঠন কৰা হয়দলৰ গঠন।
*১৯৩৪ - [[মাও-ছে-তুঙ|মাও-ছে-তুঙে]] বিখ্যাত লং মাৰ্চৰ শুভাৰম্ভ।
৬/ *১৯৪৩ চনৰ আজিৰ দিনটোতে- ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰবসুয়ে আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয় ।ঘোষণা।
৭/ *১৯৯১ চনৰ- আজিৰ দিনটোতে[[কপিলদেৱ]]ৰ দ্বাৰা এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলেৰে [[কপিলদেৱ]]ৰদখলৰ বিশ্ব অভিলেখ ।অভিলেখ।
৯/ *১৯৯৯ চনৰ আজিৰ দিনটোতে- প্ৰবীণ প্ৰযোজক তথা পৰিচালক [[বি আৰ চোপ্ৰা]]লৈ ১৯৯৮ চনৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয় ।বঁটা।
১০/ *১৯৯৯ চনৰ আজিৰ দিনটোতে- ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ।প্ৰত্যাহাৰ।
১১/ *২০০১ চনৰ আজিৰ দিনটোতে- বিশ্ব জুনিয়ৰ হকীত ভাৰতভাৰতৰ চেম্পিয়ন হয়খিতাপ দখল।
 
== জন্ম ==
১/ ১২৯৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে [[আলাউদ্দিন খিলিজী]]য়ে দিল্লীৰ সিংহাসন আৰোহণ কৰে ।
*১৭৭২ - [[ছেমুৱেল টেলৰ ক'লৰিজ]]: ইংৰাজ ৰোমাণ্টিক কবি,
 
*১৮৩৩ - [[আলফ্ৰেড ন'বেল]]: চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু ডিনামাইটৰ উদ্ভাৱক,
২/ ১৭৭২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি [[ছেমুৱেল টেলৰ ক'লৰিজ]]ৰ জন্ম হয় ।
*১৮৮৭ - কৃষ্ণা সিং: বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী।
 
== মৃত্যু ==
৩/ ১৮০৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঐতিহাসিক [[ট্ৰেফেলগাৰ যুদ্ধ]]ত নৌ সেনাধ্যক্ষ হেৰোচিঅ' নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ জয়লাভ হয় ।
*১৯৯৮ - [[অজিত]]: হিন্দী চলচ্চিত্ৰ অভিনেতা,
 
*১৯৬৯ - [[জেক কেৰুয়াক]]: আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক,
৪/ ১৯৩৪ চনৰ আজিৰ দিনটোতে জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত কংগ্ৰেছ ছ'চিয়েলিষ্ট দল গঠন কৰা হয় ।
*২০১২ – যশ চৌপ্ৰা: ভাৰতীয় পৰিচালক,প্ৰযোজক, আৰু কাহিনী লিখক।
 
৫/ ১৯৩৪ চনৰ আজিৰ দিনটোতে [[মাও-ছে-তুঙ]]ৰ বিখ্যাত লং মাৰ্চ আৰম্ভ হয় ।
 
৬/ ১৯৪৩ চনৰ আজিৰ দিনটোতে ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা কৰা হয় ।
 
৭/ ১৯৯১ চনৰ আজিৰ দিনটোতে এদিনীয়া ক্ৰিকেটত দুশ উইকেট দখলেৰে [[কপিলদেৱ]]ৰ বিশ্ব অভিলেখ ।
 
৮/ ১৯৯৮ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ অভিনেতা [[অজিত]]ৰ ৭৬ বছৰ বয়সত মৃত্যু হয় ।
 
৯/ ১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰবীণ প্ৰযোজক তথা পৰিচালক [[বি আৰ চোপ্ৰা]]লৈ ১৯৯৮ চনৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয় ।
 
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ।
 
১১/ ২০০১ চনৰ আজিৰ দিনটোতে বিশ্ব জুনিয়ৰ হকীত ভাৰত চেম্পিয়ন হয় ।
 
১২/ ১৯৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক [[জেক কেৰুয়াক]] (ইংৰাজী: Jack Kerouac) ৰ মৃত্যু হয়।
 
১৩/ ১৮৩৩ চনৰ আজিৰ দিনটোতে এজন চুইডিছ ৰসায়নবিদ, অভিযন্তা, উদ্ভাৱক আৰু অস্ত্ৰ উৎপাদনকাৰী [[আলফ্ৰেড ন'বেল]]ৰ জন্ম,হয়।
 
 
== দিৱস ==
*আপেল দিৱস - সংযুক্ত ৰাজ্য।
== বাহ্যিক সংযোগ ==
{{commons|Category:21 October|২১ অক্টোবৰ}}