২২ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
*১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসন আৰম্ভ।
*১৭৬৪ - [[বক্সাৰ যুদ্ধ]] আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
*১৮৭৯ – ৰাৰ্বনাইজড সুত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
*১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা [[জেৰক্স মেচিন]] নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
*১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
Line 11 ⟶ 12:
*২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত মাৰ্কিন বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
*২০০৩ - চনৰ আজিৰ দিনটোতে [[ফিফা]]ৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
*২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।
 
== জন্ম ==
*১৯৩৪ - [[ভৃগুমুনি কাগয়ুং]]; অসমীয়া সাহিত্যিক