বিদ্যুৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{New page}}
বিদ্যুৎ হৈছে শক্তিৰ এটি প্ৰকাৰ বা ৰূপ । বিদ্যুতক ভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পৰাৰ লগতে আন ভিন্ন প্ৰকাৰৰ শক্তিৰ পৰা বিদ্যুৎ পাব পৰা যায় ।
পদাৰ্থৰ পাৰমাণৱিক গঠনত যি ঋণাত্মক আধান বিশিষ্ট ইলেক্ট্ৰন আছে, সেইবোৰক বিভিন্ন উপায়েৰে উত্তেজিত কৰিলে বা সেইবোৰৰ সংখ্যাৰ পৰিবৰ্তন ঘটালে বিদ্যুৎ শক্তিৰ উদ্ভৱ হ্য় ।
 
==প্ৰকাৰ==
বিদ্যুৎ শক্তিক বিশেষ ব্যৱস্থাৰে কোনো পদাৰ্থৰ মাজত স্থিৰভাৱে ৰাখিলে তাক স্থিৰ বিদ্যুৎ বুলি জনা যায় । যেতিয়া ইয়াক কোনো বিদ্যুৎ পৰিবাহী ধাতৱ তাৰৰ মাধ্যমেৰে প্ৰবাহিত কৰা হ্য়্, তেতিয়া তাক চল বিদ্যুৎ বুলি কোৱা হ্য় । ব্যৱহাৰিক ক্ষেত্ৰত চল বিদ্যুতৰহে প্ৰয়োগ অধিক সেইবাবেই বিদ্যুৎ বুলিলে সাধাৰণতে চল বিদ্যুতকে জনা যায় ।<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, পৃষ্ঠা নং ২৩৪, লেখক- শান্তনু কৌশিক বৰুৱা</ref> আনহাতেদি চল বিদ্যুৎ দুই প্ৰকাৰৰ - প্ৰতক্ষ বিদ্যুৎ (ডি. চি.) আৰু পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) ।
[[File:Lightning3.jpg|thumb|alt=Multiple lightning strikes on a city at night|[[বিজুলী ধেৰেকণি]] হৈছে বিদ্যুৎ শক্তিৰ অন্যতম নাটকীয় বহিঃ প্ৰকাশ]]
 
==ইতিহাস==
১৯শ শতিকাৰ পৰাই [[বিদ্যুৎ]] বৈজ্ঞানিক সমাজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে । [[ভাৰ্শ্বৰিয়াম]] (এবিধ যন্ত্ৰ যি স্থৈতিকভাৱে আধানিত বস্তুৰ উপস্থিতি ধৰা পেলাই ) উদ্ভাৱন কৰা [[ৱিলিয়াম জিলবাৰ্ট (astronomer)|ৱিলিয়াম জিলবাৰ্ট]]ক বিশ্বৰ প্ৰথমজন বৈদ্যুতিক অভিযন্তা হিচাপে গণ্য কৰা হ্য় । চুম্বকত্ব আৰু স্থিৰ-বিদ্যুতৰ মাজত পাৰ্থক্য দাঙি ধৰা তেৱেই হৈছে প্ৰথমজন ব্যক্তি । {{sfn|Martinsen|Grimnes|2011|p=411}} ১৭৭৫ চনত [[এলেছেন্দ্ৰ' ভ'ল্টা]]ই [[ইলেক্ট্ৰ'ফ'ৰাচ]](স্থিৰ আধান উতপাদন কৰা এবিধ যন্ত্ৰ) উদ্ভাৱন কৰে আৰু ১৮০০ চনত ভ'ল্টাই [[ভ'ল্টায়িক পাইল]] উদ্ভাৱন কৰে যি বৈদ্যুতিক বেটাৰীৰ উত্তৰসূৰী আছিল। {{sfn|Walker|2007|p=23}}
 
==লগতে চাওক==
"https://as.wikipedia.org/wiki/বিদ্যুৎ"ৰ পৰা অনা হৈছে