বিদ্যুৎ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
 
==প্ৰকাৰ==
বিদ্যুৎ শক্তিক বিশেষ ব্যৱস্থাৰে কোনো পদাৰ্থৰ মাজত স্থিৰভাৱে ৰাখিলে তাক স্থিৰ বিদ্যুৎ বুলি জনা যায় । যেতিয়া ইয়াক কোনো বিদ্যুৎ পৰিবাহী ধাতৱ তাৰৰ মাধ্যমেৰে প্ৰবাহিত কৰা হ্য়্, তেতিয়া তাক চল বিদ্যুৎ বুলি কোৱা হ্য় । ব্যৱহাৰিক ক্ষেত্ৰত চল বিদ্যুতৰহে প্ৰয়োগ অধিক সেইবাবেই বিদ্যুৎ বুলিলে সাধাৰণতে চল বিদ্যুতকে জনা যায় ।<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, পৃষ্ঠা নং ২৩৪, লেখক- শান্তনু কৌশিক বৰুৱা</ref> আনহাতেদি চল বিদ্যুৎ দুই প্ৰকাৰৰ - প্ৰতক্ষপোনপটীয়া বিদ্যুৎ (ডি. চি.) আৰু পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.) ।
[[File:Lightning3.jpg|thumb|alt=Multiple lightning strikes on a city at night|[[বিজুলী ধেৰেকণি]] হৈছে বিদ্যুৎ শক্তিৰ অন্যতম নাটকীয় বহিঃ প্ৰকাশ]]
 
"https://as.wikipedia.org/wiki/বিদ্যুৎ"ৰ পৰা অনা হৈছে