সম্পাদনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

কোনো লেখা, গ্ৰন্থ, দৈনিক, সাপ্তাহিক, মাহেকীয়া বা পষেকীয়া কাকত বা আলোচনী অথবা কবিতাৰ পাঠৰ সম্পা...
 
No edit summary
1 নং শাৰী:
{{new user article}}
সম্পাদনাঃ
উৎসঃ হিন্দী উইকিপেডিয়াৰ পৰা অসমীয়া অনুবাদ:
 
সম্পাদনাৰ অৰ্থ হ'ল কোনো লেখা, গ্ৰন্থ, দৈনিক, সাপ্তাহিক, মাহেকীয়া বা পষেকীয়া কাকত বা আলোচনী অথবা কবিতাৰ পাঠ, ভাষা, ভাব বা শৃংখলক ব্যাৱস্থিত কৰিবলৈ তথা আৱশ্যকতা অনুসৰি তাত সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন ঘটাই তাক সাৰ্বজনীন প্ৰয়োগ অথবা প্ৰকাশযোগ্য কৰি তোলা। লিখনি বা কিতাপৰ সম্পাদনাৰ ক্ষেত্ৰত ভাষা, ভাব তথা শৃংখলৰ সৈতে তালৈ অহা তথ্য আৰু পাঠৰো সংশোধন আৰু পৰিস্কাৰ কৰা হয়। এই পৰিস্কৰণ প্ৰক্ৰিয়াত উচিত শীৰ্ষক বা উপশীৰ্ষক, অধ্যায় বা ক্ৰম ঠিক কৰি, ব্যাকৰণৰ দৃষ্টিৰে ভাষাৰ শুধৰণি কৰি, শৈলী আৰু প্ৰভাৱৰ সামঞ্জস্য সংস্থাপিত কৰি, নাম, ঘটনা, তিথি আৰু প্ৰসংগৰ উচিত ভাবে সংযোগ কৰি, আৱশ্যকতা অনুসৰি বিষয়, শব্দ, বাক্য বা উদাহৰণ বঢ়ায়, অৱতাৰণা সংযোগ কৰি, তলত টোকা লিখি বোধগম্য ব্যৱস্থাৰো সংযোগ কৰা হয়।
"https://as.wikipedia.org/wiki/সম্পাদনা"ৰ পৰা অনা হৈছে