10,601
টা সম্পাদনা
দিব্য দত্ত (আলোচনা | বৰঙণি) (নতুন পৃষ্ঠা: {{infobox anatomy |Name= পেশী |Image=Skeletal muscle.jpg |Caption=কংকালীয় পেশীৰ চিত্ৰ |Latin=musculus |Width=300 |FMA...) |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
|GrayPage=361
}}
'''পেশী''' {{En|Muscle}} হৈছে অধিকাংশ প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ কোমল কলা। [[Myocyte|পেশী কোষ]]বোৰ [[প্ৰটিন]]যুক্ত [[এক্টিন]] আৰু [[মায়চিন]] সুত্ৰৰে গঠিত। এই সুত্ৰহোৰৰ সংকোচনৰ বাবে পেশী কোষবোৰৰ আকাৰ আৰু আকৃতিৰ পৰিবৰ্তন হয়। বলৰ উৎপাদন কৰা আৰু চলন ক্ষমতা প্ৰদান কৰা হৈছে পেশীৰ কাৰ্য। দেহৰ ভিন্ন অৱস্থান, চলাচল, লগতে দেহৰ আভ্যন্তৰিণ অংগৰ সঞ্চালন, যেনে হৃদযন্ত্ৰৰ সংকোচন-সম্প্ৰসাৰণ আৰু পৌষ্টিক নলীৰ মাজেৰে খাদ্যৰ পৰিবহন আদিৰ পেশীয়ে নিয়ন্ত্ৰণ কৰে।
|