মাংসসাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা প্ৰ'টিনৰ পৰা মাংসসাৰলৈ দিব্য দত্তয়ে স্থানান্তৰ কৰিলে
No edit summary
1 নং শাৰী:
'''মাংসসাৰ''' বা '''প্ৰ'টিন''' {{En|Protein}} হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন' এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰ'টিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুণৰোৎপাদন,
উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহনকে ধৰি বিভিন্ন কাৰ্য সংঘটিত কৰে। বিভিন্ন প্ৰ'টিনৰ এমিন' এচিডৰ সাজোনৰ ভিন্নতা থাকে, যিটো সিহঁতৰ জীনৰ নিউক্লিয়টাইড সজ্জাই নিৰ্ধাৰণ কৰে, আৰু ইযাৰ ফলতেই প্ৰ'টিনে সিহঁতৰ বিশেষ ত্ৰি-অক্ষীয় গঠন লাভ কৰে যিয়ে সিহঁতৰ কাৰ্য নিৰ্ণয় কৰে।
 
"https://as.wikipedia.org/wiki/মাংসসাৰ"ৰ পৰা অনা হৈছে