য়াংজে নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
145 নং শাৰী:
}}
 
'''য়াংজে নদী (Yangtze River)''' ({{IPAc-en|lang|pron|ˈ|j|æ|ŋ|t|s|i}} or {{IPAc-en|ˈ|j|ɑː|ŋ|t|s|i}}), ([[Mandarin Chinese|Chinese]]: 长江, ''Cháng Jiāng''), (চীনা নাম - '''''Chang&nbsp;Jiang''''' বা '''Yangzi)''' এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী ৷ ’Qinghai-Tibet Plateau’ ৰ বৰফাবৃত অঞ্চলৰ পৰা দক্ষিণ-পশ্চিম, কেন্দ্ৰীয় আৰু পূব চীনৰ মাজেদি বৈ গৈ চাংহাইৰ পূব চীন সাগৰ (East China Sea) ত মিলিত হোৱালৈকে এই নদীয়ে প্ৰায় {{Convert|6300|km|mi|0|sp=us}} দুৰত্ব অতিক্ৰম কৰে৷ এই নদীয়ে চীনৰ এক-পঞ্চমাংশ অঞ্চলৰ পানীৰ প্ৰধান উৎস আৰু এই নৈৰ উপত্যকা চীনৰ এক-তৃতীয়াংশ জনসংখ্যাৰ বাসস্থান ৷<ref>[http://www.cjw.gov.cn/index/river/liuyugk-3.asp?link=1]. Accessed 10 Sept 2010. {{zh icon}}</ref>
 
এই নদীয়ে চীনৰ ইতিহাস, সংস্কৃতি আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে ৷ ইয়াৰ য়াংজে নদী ব-দ্বীপ ( Yangtze River Delta)-এ চীনৰ মূল জিডিপিৰ ২০% উৎপন্ন কৰে৷ এই নদী বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ মাজেৰে প্ৰবাহিত হৈছে আৰু এই অঞ্চলসমূহ জৈব-বৈচিত্ৰ্যৰ ফালৰ পৰা অতি সমৃদ্ধ ৷ সভ্যতাৰ আৰম্ভণিৰে পৰা এই নৈ উদ্যোগ, জলসিঞ্চন, পৰিবহণ, যুদ্ধ সকলো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আহিছে৷ এই নৈৰ ওপৰত থকা ’[[Three’Three Gorges Dam]]’Dam’ নামৰ নদীবান্ধটো বিশ্বৰ সৰ্ববৃহৎ হাইড্ৰ’ইলেকট্ৰিক পাৱাৰ ষ্টেচন ৰূপে স্বীকৃত ৷<ref>
{{cite web
|url=http://earthobservatory.nasa.gov/IOTD/view.php?id=38879
157 নং শাৰী:
</ref><ref>[http://internationalrivers.org/node/356 International Rivers, Three Gorges Dam profile], Accessed August 3, 2009</ref>
 
শেহতীয়াকৈ এই নদী ওদ্যোগিক প্ৰদূষণ, কৃষিক্ষেত্ৰৰ জাবৰৰ প্ৰদূষণ আদি ভাবুকিৰ সন্মুখীন হৈছে ৷এই নৈৰ পশ্চিম য়ুনানৰ অংশটো ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৱৰ্ল্ড হেৰিটেজ ছাইট [[Three Parallel Rivers of Yunnan Protected Areas]] নামৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত৷<ref name="ChinaEconomy">{{cite news|title=New stimulus measures by China to boost economic growth|url=http://www.beijingbulletin.com/index.php/sid/222852671/scat/ce9cf98a4a863704/ht/New-stimulus-measures-by-China-to-boost-economic-growth|accessdate=12 June 2014|publisher=''Beijing Bulletin''}}</ref>
 
==নৈৰ পাৰত অৱস্থিত চহৰসমূহ==