মই ভাবোঁ, গতিকে মই আছোঁ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা মই ভাৱো, গতিকে মই আছোঁৰ পৰা মই ভাবোঁ, গতিকে মই আছোঁলৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: শুধৰ...
No edit summary
1 নং শাৰী:
{{wikify}}
[[File:THIBBY.jpg|thumb|right|Fundamental Knowledge]]
<b>মই ভাৱো, গতিকে মই আছোঁ</b> এই বাক্য শাৰী প্ৰসিদ্ধ ফৰাচী দাৰ্শণিক, গণিতজ্ঞ আৰু বৈজ্ঞানিক ৰেনেইঁ দেইকাৰ্তেৰ দ্বাৰা উপস্থাপিত এক বিখ্যাত দাৰ্শণিক উক্তি। কালক্ৰমত এই উক্তি পশ্চিমীয়া দৰ্শণৰ এক মৌলিক উপাদান হিচাপে বিবেচিত হৈছিল , কিয়নো সকলো জ্ঞান "মই আছোঁ" এই জ্ঞানৰ আধাৰৰ পৰাই আৰম্ভ হয়।
Line 12 ⟶ 13:
জন্মৰ পাচত নিজৰ অস্তিত্ব অনুভৱেই হৈছে এনে এক জ্ঞান যাৰবাবে কোনো প্ৰমাণ নালাগে আৰু য'ত নিজৰ বা আনকোনো সন্দেহবাদী মানুহৰ সন্দেহ কৰাৰ থল নাথাকে আৰু গতিকে এই উক্তিৰ সমৰ্থনত কোনো পূৰ্বযুক্তিৰো প্ৰয়োজন নাই। <ref>{{cite book | first =Nicholas | last =Vesey | title = Developing Consciousness| publisher = O-Books | location = United Kingdom | year = 2011| isbn = 978-1-84694-461-1 | page = 16}}</ref>
 
==তথ্য &nbsp;সংগ্ৰহ==
{{Reflist}}