জীৱন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{other uses|জীৱন|পৃথিৱীত জীৱন}} {{automatic taxobox |color=limegreen |name='''জীৱন''' |image=Ruwenpflanzen.jpg |image_width...
 
No edit summary
27 নং শাৰী:
*** জগৎ [[Chromalveolata]]
}}
'''জীৱন''' {{En|Life}} হৈছে এক বিশেষ ধৰণৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা ভৌতিক দেহ। এই প্ৰক্ৰিয়াবোৰৰ অবিহনে বা বন্ধহৈ গ'লে ইহঁতক মৃত বুলি কোৱা হয়। পৃথিৱীত[[পৃথিৱী]]ত [[উদ্ভিদ]], [[প্ৰাণী]], [[ভেঁকুৰ]], [[শেলাই]], প্ৰ'টিষ্টা[[প্ৰটিষ্টা|প্ৰ'টিষ্টপ্ৰটিষ্ট]]­, [[আৰ্কিয়া]] আৰু [[বেক্টেৰিয়া]] আদি ভিন্ন প্ৰকাৰৰ জীৱন দেখা পোৱা যায়। ভাইৰাছবোৰক[[ভাইৰাছ]]বোৰক জীৱিত বুলি গণ্য কৰা নহয়। জীৱবিজ্ঞানত[[জীৱবিজ্ঞান]]ত জীৱন সম্পৰ্কে অধ্যয়ন কৰা হয়। জীৱনৰ আটাইতকৈ ক্ষুদ্ৰ গোট হৈছে জীৱ।[[জীৱ]]। জীৱবোৰ এক বা একাধিক কোষৰ[[কোষ]]ৰ দ্বাৰা গঠিত, [[পৰিপাক ক্ৰিয়া]] সংঘটিত কৰে, বৃদ্ধি হয়, [[প্ৰজনন তন্ত্ৰ|প্ৰজনন]] (যৌন বা অযৌন) কৰে, আৰু নতুন প্ৰজন্মবোৰ পৰিৱেশৰ[[প্ৰাকৃতিক পৰিৱেশ|পৰিৱেশ]]ৰ লগত খাপখাব পৰাকৈ বিৱৰ্তিত হয়।
"https://as.wikipedia.org/wiki/জীৱন"ৰ পৰা অনা হৈছে