ভল্গা নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
84 নং শাৰী:
'''ভল্গা (Volga)''' ({{lang-rus|Во́лга|a=Ru-Волга.ogg|p=ˈvolɡə}}) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী ৷ এই নদী [[ৰাছিয়া]]ৰ পৰা কেস্পিয়ান সাগৰলৈ বৈ গৈছে ৷ এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী (national river of Russia) বুলি গণ্য কৰা হয় ৷ এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка ''Volga-Matushka'' ” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয় ৷
 
ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ ([[Valdai Hills]]) ত সাগৰ পৃষ্ঠৰ পৰা {{convert|225|m|ft|sp=us}} উচ্চতাত উদ্ভৱ হৈছে ৷ তাৰ পৰা পূবলৈ [[Lake Sterzh]], [[Tver]], [[Dubna]], [[Rybinsk]], [[Yaroslavl]], [[Nizhny Novgorod]], আৰু [[Kazan]] ৰে ভল্গা বৈ গৈছে ৷ তাৰপৰা আকৌ দক্ষিণলৈ [[Ulyanovsk]], [[Tolyatti]], [[Samara, Russia|Samara]], [[Saratov]] আৰু [[Volgograd]] হৈ বৈ গৈ [[Astrakhan]] ত সাগৰ পৃষ্ঠৰ পৰা {{convert|28|m|ft|sp=us}} তললৈ কেস্পিয়ান সাগৰত মিলিত হৈছে ৷
 
=== উপনৈ ===
93 নং শাৰী:
ভল্গা নৈয়ে পশ্চিম ৰাছিয়াৰ বাবে মূল জলজ সম্পদৰ যোগান ধৰে ৷ ইয়াৰ ওপৰত থকা বহুতো নদীবান্ধ জলবিদ্যুৎ আৰু জলসিঞ্চনৰ মূল উৎস ৷ মস্কো কেনেল, ভল্গা ড’ন কেনেল আৰু ভল্গা-বেল্টিক জলপথ ([[Volga–Baltic Waterway]])-এ মস্কোক হুৱাইট ছি, বেল্টিক সাগৰ, কেস্পিয়ান সাগৰ আৰু ব্লেক ছিৰে সংযোগ কৰিছে ৷
 
ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয় ৷ তাৰোপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী৷ ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায় ৷
The fertile river valley provides large quantities of [[wheat]], and also has many mineral riches. A substantial petroleum industry centers on the Volga valley. Other resources include [[natural gas]], [[salt]], and [[potash]]. The Volga Delta and the nearby Caspian Sea offer superb fishing grounds. Astrakhan, at the delta, is the center of the [[caviar]] industry.
 
 
==ভল্গা নদীৰ ওপৰত থকা বান্ধ==
A number of large hydroelectric reservoirs were constructed on the Volga during the [[Soviet Union|Soviet era]]. They are:
"https://as.wikipedia.org/wiki/ভল্গা_নদী"ৰ পৰা অনা হৈছে