ভল্গা নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

91 নং শাৰী:
 
=== ভূমিকা ===
ভল্গা নৈয়ে পশ্চিম ৰাছিয়াৰ বাবে মূল জলজ সম্পদৰ যোগান ধৰে ৷ ইয়াৰ ওপৰত থকা বহুতো নদীবান্ধ জলবিদ্যুৎ আৰু জলসিঞ্চনৰ মূল উৎস ৷ মস্কো কেনেল, ভল্গা ড’ন কেনেল আৰু ভল্গা-বেল্টিক জলপথ ([[Volga–Baltic Waterway]])-এ মস্কোক হুৱাইট ছি, বেল্টিক সাগৰ, কেস্পিয়ান সাগৰ আৰু ব্লেক ছিৰে সংযোগ কৰিছে ৷
 
ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয় ৷ তাৰোপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী৷ ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায় ৷
"https://as.wikipedia.org/wiki/ভল্গা_নদী"ৰ পৰা অনা হৈছে