সিন্ধু নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
120 নং শাৰী:
[[File:River Sindh.jpg|280px|thumb]]
 
'''ইণ্ডাছ নদী''' ('''Indus River'''/'''Sindhu River /''' '''Abasin ({{lang-ps|اباسين}}))''' এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম ৷ এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে ৷ ইণ্ডাছ নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি ([[Tibetan Plateau]]) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ ৷ এই নদীৰ মুঠ দৈৰ্ঘ্য {{convert|3,180|km|mi|abbr=on}}৷ ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী৷<ref>{{cite journal
| last = Zeitler
| first = Peter K.
133 নং শাৰী:
}}</ref>
 
এই নদীৰ মুঠ অপবাহৰ কালি ( [[drainage area]]) {{convert|1,165,000|km2|sqmi|abbr=on}} ৰো অধিক ৷ ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় {{convert|207|km3|abbr=on}} যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে ৷
 
এই নদীৰ লাডাখত থকা উপনৈখন হৈছে [[Zanskar River|Zanskar]] ৷ সমতলত থকা আন এখন উপনৈ হৈছে [[Chenab]] যাৰ নিজৰে চাৰিখন উপনৈ আছে- [[Jhelum River|Jhelum]], [[Ravi River|Ravi]], [[Beas River|Beas]] আৰু [[Sutlej]]৷Sutlej৷<ref>{{cite journal
| last = Clift
| first = Peter D.