মাওলাইনং গাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Gitartha.bordoloiয়ে পুনৰ্নিৰ্দেশ নেৰাকৈ পৃষ্ঠা মাওলাইনং গাওঁৰ পৰা মাওলাইনং গাঁওলৈ স্থানান্তৰ কৰিলে:...
No edit summary
1 নং শাৰী:
মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ। যিখন ভাৰতবৰ্ষৰ[[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন [[এচিয়া]] মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাওঁ। খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰ সমাজ মাতৃপ্ৰধান।
এই গাওঁখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।
এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাওঁ। খাচীয়া সম্প্ৰদায়ৰ এইখন সমাজ মাতৃপ্ৰধান।
ই পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।
 
==ভৌগোলিক স্থিতি ==
Line 14 ⟶ 13:
 
==মাতৃপ্ৰধান সমাজ ==
[[খাচী সম্প্ৰদায়]]ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে জন্মসূত্ৰে মাতৃৰ উপাধি লাভ কৰেকৰে। জন্মসূত্ৰে।উত্তৰাধিকাৰীউত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জেষ্ঠা কন্যাই হে সা-সম্পত্তি লাভ কৰে।
 
==পৰিস্কাৰ পৰিচন্নতা==
পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত। চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে।ইকৰে। গাওঁখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিস্কাৰ গাওঁ হিচপে বিবেচিত হৈছে।
 
==পৰ্যতনপৰ্যটন কেন্দ্ৰ==
প্ৰকৃতিয়ে গাওঁ খনক পৰ্যতনৰোপৰ্যটনৰো সুবিধা কৰি দিছে।ইয়াৰেদিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ(living root bridge)আছে ,যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা [[বাংলাদেশ]]ৰ সমভূমি দৃষ্টিগোছৰদৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাওঁখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।