কাফিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: শিৰোনামা সংযোগ |
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
[[শিৰোনামা সংযোগ]]
{{main|ইছলাম}}
[[কাফিৰ]] (আৰবিঃ كافر-kāfir) এটি আৰবি শব্দ, যিটো আৰবি কুফৰ (আৰবিঃ كفّار-kuffār) ধাতুৰ পৰা আহিছে, যাৰ শাব্দিক অর্থ হ'ল ঢাকি ৰখা, লুকুৱাই ৰখা আৰু ইয়াৰ ব্যৱহাৰিক অর্থ হ'ল অবাধ্যতা, অস্বীকাৰ কৰা, অকৃতজ্ঞতা। ই ইছলামী তথ্যলিপিসমূহত বহুলভাৱে ব্যৱহৃত এটি শব্দ। সাধাৰণতে ‘অবিশ্বাসী’ হিচাপে ইয়াক অনুবাদ কৰা হয়। এইটো তাৰ ক্ষেত্রত ব্যৱহাৰ কৰা হয়, যিয়ে ইছলামী একেশ্বৰবাদি বিশ্বাস নকৰে অথবা যিয়ে সত্যক গোপন কৰে বা অস্বীকাৰ কৰে।
[[en:Wikipedia:Category|শ্ৰেণীটোত]] [[ইছলাম]] ধৰ্ম সম্পৰ্কীয় প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।
{{Commonscat|Islam}}
[[শ্ৰেণী:ধৰ্ম]]
|