দশৰথ মাঝি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
21 নং শাৰী:
}}
 
''' দশৰথ মাঝি '''( ১৯৩৪ <ref name="EI">{{cite web|url=http://www.expressindia.com/news/ie/daily/19970524/14450813.html |title=Love's labour brings down hill |work=The Indian Express |date=24 May 1997 |accessdate=2012-09-22}}</ref> – ১৭ আগষ্ট, ২০০৭<ref name="HTimes">{{cite web|url=http://www.hindustantimes.com/India-news/Bihar/Mountain-man-Dashrath-Manjhi-dies-in-Delhi/Article1-242990.aspx |title=Mountain man Dashrath Manjhi dies in Delhi |work=Hindustan Times |date=17 August 2007 |accessdate=2012-09-22}}</ref>), ('''মাউন্টেইন মেন''' হিচাপে বিখ্যাত) "Mountain Man",<ref>{{cite web|author=Society |url=http://theviewspaper.net/the-mountain-man/|title=The Mountain Man |publisher=The Viewspaper |date=28 September 2007 |accessdate=2012-09-22}}</ref> এজন বিহাৰৰ[[বিহাৰ]]ৰ [[Gaya, India|গয়া]]ৰ সমীপসমীপৰ গেহলুৰৰ’গেহলুৰ’ নামৰ এখন গাঁৱৰ এজন দুখীয়া শ্ৰমিক, যি কেৱল এটা হাতুৰী আৰু বটালী লৈ এটা পৰ্বতপাহাৰ কাটি তাৰ মাজেদি ৰাস্তা উলিয়াইছিল ৷<ref name="EI"/><ref>{{cite web|url=http://www.indianexpress.com/news/the-man-who-made-way-for-progress/968751/0 |title=The man who made way for progress |work=The Indian Express |date=1 July 2012 |accessdate=2012-09-22}}</ref> সুদীৰ্ঘ ২২বছৰৰ অন্তত গয়াৰ আট্ৰি আৰু ৱাজিগাওৰ মাজৰ ৫৫ কিমি দৈঘ্যৰ পথটোতেওপথটো তেওঁ পাহাৰৰ মাজেৰে বাট কাটি ১৫কি১৫ কি মি ত পৰিণত কৰিলে ৷ <ref>{{cite web|title=Dashrath Manjhi, rock star and film muse|url=http://scroll.in/article/742669/dashrath-manjhi-the-man-who-moved-a-mountain-one-rock-at-a-time-and-inspired-filmmakers|accessdate=21 July 2015}}</ref>
 
==আগকথা==
১৯৫৯চনত১৯৫৯ চনত দশৰথৰ পত্নীৰ চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল ৷ ৭০কি৭০ কি মি দূৰত থকা চহৰলৈ যাতায়তৰ সূচল ব্যৱস্থা নথকাৰ বাবেই পত্নীৰ মৃত্যু হোৱাত, দশৰথে সেই পথত থকা পাহাৰটো কাটি এটা চমু পথ উলিওৱাৰ পণ কৰিলে আৰু ২২ বছৰ ধৰি অকলে কেৱল এটা হাতুৰী আৰু বটালী লৈ সুদীৰ্ঘ ২২ বছৰৰবছৰ জোৰা কামৰ অন্তত ৫৫ কিমি দৈঘ্যৰ পথটো মাথো ১৫কি১৫ কি মি ত পৰিণত কৰিলে যাতে গাৱৰ অন্য সকলে তেওৰতেওঁৰ দৰেই ভুগিব লগা নহয়৷ <ref name="EI"/>
 
==কৰ্ম==
দশৰথ মাঝিয়ে ধানবাদৰ কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাজে মাজে তেওতেওঁ ঘৰলৈ আহে আৰু এটা পথ নিৰ্মাণৰ বাবে {{convert|360|ft|m|adj=mid|-long}}, {{convert|25|ft|m|adj=mid|-deep}} in places and {{convert|30|ft|m|adj=mid|-wide}} গেহল'ৰ পাহাৰটোৰ শিল কাটে৷<ref>Location of cut-through: {{coord|24.877093|85.242956}}</ref> তেওতেওঁ কৈছিল, ''মই যেতিয়া শিল কটা আৰম্ভ কৰিছিলো, মানুহে মোক পাগল বুলি কৈছিল, কিন্তু মই মনোবল হেৰুওৱা নাছিলো৷নাছিলো৷” ''
সুদীৰ্ঘ ২২বছৰৰ অন্তত(১৯৬০-১৯৮২) তেওৰতেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫কি৫৫ কি মিৰ পৰা ১৫কিমি কৰি তেওতেওঁ সমগ্ৰ সমগ্ৰগেহলুৰৰগেহলুৰৰ গাওবাসীৰগাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷ <ref name="HTimes"/><ref>{{cite news| url=http://articles.timesofindia.indiatimes.com/2007-07-23/patna/27991900_1_cm-visits-pmch-superintendent-cm-nitish-kumar | work=The Times of India | title=CM visits ailing Dashrath Manjhi | date=23 July 2007}}</ref> মাঝিয়ে লগতে কৈছিল, ''যদিও বহুত লোকে মোৰ এই কামত উপলিঙা কৰিছিল, বহুতো গাওবাসীয়েগাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷কৰিছিল৷”<ref>{{cite web|title=Man in India Carved 360 feet|url=http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html}}</ref><ref>{{cite web|title=How A Man Built A Road on the Mountain Without Support| work=Be A Light to the World | url=http://www.awazieikechi.com/man-built-road-mountain-without-support/| date=22 April 2014}}</ref>''
 
==মৃত্যু==
২০০৭চনৰ ১৭ আগষ্টত ৭৩ বছৰ বয়সত মাঝিৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত মাঝি গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত হৈ [[All India Institute of Medical Sciences|এইমচ]],নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল৷<ref>{{cite web|last=santosh|first=singh|title=the man who made way for progress|url=http://archive.indianexpress.com/news/the-man-who-made-way-for-progress/968751}}</ref> তেওকতেওঁক বিহাৰ চৰকাৰে ৰাজ্যিক সন্মানেৰে অন্তিম সন্মান জনায় ৷
 
==সন্মান==
বিহাৰ চৰকাৰে ২০০৬ চনত মাউন্টেইন মেন হিচাপে খ্যাত মাঝিৰ নাম [[পদ্মশ্ৰী]] বটাৰ প্ৰস্তাব কৰিছিল৷ <ref>{{cite web|title=Dashrath Manjhi|url=http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html|accessdate=26 December 2012}}</ref> সেই সময়ৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মাঝিৰ নামত গেহলুৰৰ পৰা এটা ৩ কি মি দৈঘ্যৰ ৰাস্তা নিৰ্মান কৰা তথা গাওখনতগাওঁখনত তেওৰতেওঁৰ নামত এখন চিকিৎসালয় খোলাৰ প্ৰস্তাব দিছিল৷
 
==জনপ্ৰিয় মাধ্যমত==
২০১২ চনৰ জুলাইত চলচ্চিত্ৰ পৰিচালক কেটান মেহতা ([[Ketan Mehta]])ই দশৰথ মাঝিৰ জীৱনৰ আধাৰত মাঝি (''[[Manjhi - The Mountain Man|Manjhi]])'' নামৰ এখন চলচ্চিত্ৰৰ কথা ঘোষণা কৰে৷ এই চলচ্চিত্ৰখনে ২০১৫ চনৰ ২১ আগষ্টত মুক্তি লাভ কৰে৷ মৃত্যুশয্যাৰ পৰাই দশৰথ মাঝিয়ে তেওঁৰ জীৱনৰ আধাৰত এই চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে বুলি জনা যায়৷ <ref>{{cite web|title=Never underestimate the power of one|url=http://greenyatrablog.com/dashrath-manjhi-man-moved-mountain-mountain-man/|accessdate=26 February 2014}}</ref> নৱাজুদ্দিন চিদ্দিকি ([[Nawazuddin Siddiqui]]) -য়ে মাঝি আৰু ৰাধিকা আপ্টেই তেওঁৰ পত্নী ফাল্গুণী দেৱীৰ ভূমিকাত অৱতীৰ্ণ হ’ব৷ <ref>{{cite web | url=http://www.bollywoodhungama.com/news/1552409/Olave | title=Nawazuddin to play lead in Ketan Mehta's Mountain Man|date=16 August 2002|accessdate=28 January 2013|work=[[Bollywood Hungama]]}}</ref>
 
Theআমিৰ firstখান episodeদূৰদৰ্শন ofধাৰাবাহিক Season’সত্যমেয় 2জয়তে’ of theদ্বিতীয় [[Aamirভাগত Khan]]২০১৪ hosted TVমাৰ্চ Showমাহত ''[[Satyamevপ্ৰচাৰিত Jayateখণ্ডটো (TVদশৰথ series)|Satyamevমাঝিৰ Jayate]]'',নামত airedউৎসৰ্গা inকৰা Marchহয়৷ 2014, was dedicated to Dashrath Manjhi.<ref name="bp">{{cite web|title=Dasrath Manjhi's family awaits Aamir Khan to tell his glorious Tale|url=http://news.biharprabha.com/2014/02/dasrath-manjhis-family-awaits-aamir-khan-to-tell-his-glorious-tale/|agency=Indo-Asian News Service|publisher=news.biharprabha.com|accessdate=24 February 2014}}</ref><ref>{{cite web|last=Kumar|first=Ruchir|title=I am trying to be like Manjhi|url=http://www.hindustantimes.com/entertainment/television/i-am-trying-to-be-like-dashrath-manjhi-aamir-khan/article1-1188949.aspx#sthash.U7hXJJzt.dpuf|accessdate=27 February 2014}}</ref> [[Aamir Khan]] and [[Rajesh Ranjan]] also met Bhagirath Manjhi and Basanti Devi, son and daughter-in-law of Manjhi and promised to provide financial help.<ref>{{cite web|title=Helping Mountain Man's family|url=http://movies.ndtv.com/television/aamir-khan-to-help-mountain-man-dasrath-manjhi-s-family-491203|accessdate=4 March 2013}}</ref> However, Basanti Devi died due to inability to afford medical care on April 1, 2014. Her husband recently stated that she could have been saved if the promise of help by Aamir Khan had been kept.<ref>{{cite web|url=http://www.ibnlive.com/news/india/mountain-mans-daughter-in-law-dies-as-aamir-khan-fails-to-keep-his-promise-685396.html|title=Mountain Man's daughter-in-law dies as Aamir Khan fails to keep his promise|access-date=19 July 2015|publisher=CNN-IBN}}</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/দশৰথ_মাঝি"ৰ পৰা অনা হৈছে