দশৰথ মাঝি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
27 নং শাৰী:
 
==কৰ্ম==
দশৰথ মাঝিয়ে ধানবাদৰ কয়লা খনিৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাজে মাজে তেওঁ ঘৰলৈ আহে আৰু এটা পথ নিৰ্মাণৰ বাবে {{convert|360|ft|m|adj=mid|-long}}, {{convert|25|ft|m|adj=mid|-deep}} inআৰু places and {{convert|30|ft|m|adj=mid|-wide}} গেহল'ৰ পাহাৰটোৰ শিল কাটে৷<ref>Location of cut-through: {{coord|24.877093|85.242956}}</ref> তেওঁ কৈছিল, ”''মই যেতিয়া শিল কটা আৰম্ভ কৰিছিলো, মানুহে মোক পাগল বুলি কৈছিল, কিন্তু মই মনোবল হেৰুওৱা নাছিলো৷” ''
সুদীৰ্ঘ ২২বছৰৰ অন্তত(১৯৬০-১৯৮২) তেওঁৰ এই কাম সমাপ্ত হয়৷ আট্ৰি আৰু ৱাজিৰগঞ্জৰ মাজৰ দুৰত্ব ৫৫ কি মিৰ পৰা ১৫কিমি কৰি তেওঁ সমগ্ৰ গেহলুৰৰ গাওঁবাসীৰ জীৱন সহজ কৰি তোলে৷ <ref name="HTimes"/><ref>{{cite news| url=http://articles.timesofindia.indiatimes.com/2007-07-23/patna/27991900_1_cm-visits-pmch-superintendent-cm-nitish-kumar | work=The Times of India | title=CM visits ailing Dashrath Manjhi | date=23 July 2007}}</ref> মাঝিয়ে লগতে কৈছিল, ”''যদিও বহুত লোকে মোৰ এই কামতকামক উপলিঙাউপলুঙা কৰিছিল, বহুতো গাওঁবাসীয়ে মোক মানসিক ভাৱে তথা কটাৰ সজুলীবোৰ কিনাত বা খাদ্য যোগান ধৰি সহায় কৰিছিল৷”<ref>{{cite web|title=Man in India Carved 360 feet|url=http://www.hoaxorfact.com/Inspirational/man-in-india-carved-360-feet-mountain-tunnel-in-memory-of-his-wife-s-death-facts-analysis.html}}</ref><ref>{{cite web|title=How A Man Built A Road on the Mountain Without Support| work=Be A Light to the World | url=http://www.awazieikechi.com/man-built-road-mountain-without-support/| date=22 April 2014}}</ref>''
 
==মৃত্যু==
২০০৭চনৰ২০০৭ চনৰ ১৭ আগষ্টত ৭৩ বছৰ বয়সত মাঝিৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত মাঝি গলব্লাডাৰৰ কৰ্কটৰোগত আক্ৰান্ত হৈ [[All India Institute of Medical Sciences|এইমচ]],নতুন দিল্লীত চিকিৎসাধীন হৈ আছিল৷<ref>{{cite web|last=santosh|first=singh|title=the man who made way for progress|url=http://archive.indianexpress.com/news/the-man-who-made-way-for-progress/968751}}</ref> তেওঁক বিহাৰ চৰকাৰে ৰাজ্যিক সন্মানেৰে অন্তিম সন্মান জনায় ৷
 
==সন্মান==
"https://as.wikipedia.org/wiki/দশৰথ_মাঝি"ৰ পৰা অনা হৈছে