কাস্পিয়ান সাগৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
30 নং শাৰী:
}}
 
'''কাস্পিয়ান সাগৰ''' ({{lang-rus|Каспи́йское мо́ре|Kaspiyskoye more|kɐˈspʲijskəjə ˈmorʲə}}, {{lang-az|Xəzər dənizi}}, {{lang-kk|Каспий теңізі ''Kaspiy teñizi''}}, {{lang-fa|دریای خزر ''Daryā-e Xazar' ,دریای کاسپین ''Daryā-e Kāspiyan''}}, {{lang-tk|Hazar deňizi}} '')কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland [[body of water]]), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷<ref name=web1>{{cite web|title=Caspian Sea – Background|url=http://www.caspianenvironment.org/newsite/Caspian-Background.htm|publisher=Caspian Environment Programme|accessdate=11 September 2012|year=2009}}</ref><ref>{{cite web | title =ESA: Observing the Earth – Earth from Space: The southern Caspian Sea |publisher = ESA.int| url = http://www.esa.int/esaEO/SEM5GYTLWFE_index_0.html|accessdate = 2007-05-25}}</ref> এই সাগৰৰ পৃষ্ঠকালি {{Convert|371000|km2|mi2|-2|abbr=on}} আৰু আয়তন {{Convert|78200|km3|mi3|-2|abbr=on}}৷<ref name="LakeNet">[http://www.worldlakes.org/lakedetails.asp?lakeid=8762 Lake Profile: Caspian Sea]. ''LakeNet''.</ref> এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই ([[endorheic basin]]-no outflows)৷ কাস্পিয়ান সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত৷ <ref>{{cite web|title=Caspian Sea|url=http://www.sheppardsoftware.com/Asiaweb/factfile/Unique-facts-Asia4.htm}}</ref>
 
এই সাগৰৰ উত্তৰ-পূবে কাজাখাস্তান , উত্তৰ-পশ্চিমে ৰাছিয়া, পশ্চিমে এজাৰবাইজান ([[Azerbaijan]]), দক্ষিণে ইৰাণ আৰু দক্ষিণ-পূবত তুৰ্কমেনিস্তান ([[Turkmenistan]])৷ কাস্পিয়ান সাগৰ ক’কেছাছ পৰ্বতমালা ([[Caucasus Mountains]]) ৰ পূবে আৰু কেন্দ্ৰীয় এছিয়াৰ পশ্চিমে অৱস্থিত৷ এই সাগৰৰ উত্তৰৰ অংশ যাক কাস্পিয়ান অৱনমন ([[Caspian Depression]]) বুলি জনা যায়, পৃথিৱীৰ আটাইতকৈ গভীৰ (the lowest points on Earth) অংশসমূহৰ ভিতৰত অন্যতম৷
 
কাস্পিয়ান সাগৰৰ প্ৰাচীন অধিবাসীসকলে এই সাগৰৰ বৃহদাকাৰৰ বাবে ইয়াক হ্ৰদ বুলি নাভাৱি সাগৰ বুলি গণ্য কৰিছিল৷ এই সাগৰৰ লোণৰ মাত্ৰা প্ৰায় 1.2% (12 গ্ৰাম/লিটাৰ),যি প্ৰায়বোৰ সাগৰীয় পানীতকৈ এক তৃতীয়াংশহে লুণীয়া৷