বহুমূত্ৰ ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বট: Removing template: Link FA; now given by wikidata
No edit summary
15 নং শাৰী:
}}
 
ডায়েবেটিচ'''মধুমেহ''' ৰোগ({{lang-en|Diabetes}} বা Diabetes mellitus) বা '''বহুমুত্ৰ''' হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ডায়েবেটিচ[[মানব শৰীৰ]]ৰ [[পাচনতন্ত্ৰ]]ৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ঠ পৰিমানে [[ইনচুলিন]] তৈয়াৰ কৰিব নোৱাৰিলে অথবা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়। এই ৰোগ [[চিকিৎসা]]ৰ দ্বাৰ আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ [[চিকিৎসা]] বহু দীঘলীয়া। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ নানা ধৰনৰ জটিলতা, দেহৰ কোষৰ লগতে অংগসমূহো বিকল হ’ব পাৰে।
[[মানব শৰীৰ]]ৰ [[পাচনতন্ত্ৰ]]ৰ লগত জড়িত পেন্‌ক্ৰিয়াছ বা অগ্ন্যাশয়ে যদি যথেষ্ঠ [[ইনচুলিন]] তৈয়াৰ কৰিব নোৱাৰে অথবা শৰীৰে যদি উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হয়, তেন্তে সেই ৰোগক '''ডায়েবেটিচ''' ({{lang-en|Diabetes}} বা Diabetes mellitus) বা '''বহুমুত্ৰ ৰোগ''' বা '''মধুমেহ ৰোগ''' বুলি কোৱা হয়। এনে অৱস্থাত [[তেজ]]ত [[চেনী]] বা শৰ্কৰাৰ উপস্থিতিজনিত অসামঞ্জস্য দেখা দিয়ে। ইনছুলিন কমি যোৱাই হ’ল এই ৰোগৰ মূল কথা। অগ্ন্যাশয়ৰ পৰা নিঃসৃত হৰমন ইনছুলিন, যাৰ সহায়তায় দেহৰ কোষসমূহে তেজৰ পৰা গ্লুকোজলৈ নিবলৈ সমৰথ হয় আৰু একে শক্তিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইনছুলিন উৎপাদন বা ইনছুলিনৰ কাম কৰাৰ ক্ষমতা - ইয়াৰ এটা বা দুটা যদি কোনোটোৱেই নহয়, তেন্তে তেজত গ্লুক’জ বঢ়ি যায়। আৰু ইয়াৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নানা ধৰনৰ জটিলতা, দেহৰ কোষৰ লগতে আৰু অংগসমূহো বিকল হ’ব পাৰে।
 
ডায়েবেটিচ ৰোগ এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ডায়েবেটিচ ৰোগ [[চিকিৎসা]]ৰ দ্বাৰ আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ [[চিকিৎসা]] বহু দীঘলীয়া।
 
 
Line 58 ⟶ 56:
 
== বহুমুত্ৰ ৰোগৰ লক্ষণসমূহ ==
সাধাৰণতে ডায়েবেটিচ ৰোগৰ লক্ষণসমূহ হ’ল:
সাধাৰণতে ডায়েবেটিচ ৰোগৰ লক্ষণসমূহ হ’ল শৰীৰ দুৰ্বল অনুভৱ কৰা আৰু সামান্য পৰিশ্ৰমতে ভাগৰ লগা, হাত ভৰি জিন্‌জিনোৱা, কাটিলে বা যিকোনো কাৰণতে হোৱা ঘাঁ সোন্কালে নুশুকুৱা, দৃষ্টিশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা, বেছিকৈ পিয়াহ লগা বা ভোক লগা, সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি। এনেবোৰ লক্ষণে দেখা দিলে তত্‌ক্ষণাত চিকিত্‌সকৰ পৰামৰ্শ ল’ব লাগে। মন কৰিব লগা কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিচ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ’লে, চিকিত্‌সকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি।
*শৰীৰ দুৰ্বল অনুভৱ কৰা আৰু সামান্য পৰিশ্ৰমতে ভাগৰ লগা,
*হাত ভৰি জিন্‌জিনোৱা,
*কাটিলে বা যিকোনো কাৰণতে হোৱা ঘাঁ সোন্কালে নুশুকুৱা,
*দৃষ্টিশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা,
*বেছিকৈ পিয়াহ লগা বা ভোক লগা,
*সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি।
সাধাৰণতে ডায়েবেটিচ ৰোগৰ লক্ষণসমূহ হ’ল শৰীৰ দুৰ্বল অনুভৱ কৰা আৰু সামান্য পৰিশ্ৰমতে ভাগৰ লগা, হাত ভৰি জিন্‌জিনোৱা, কাটিলে বা যিকোনো কাৰণতে হোৱা ঘাঁ সোন্কালে নুশুকুৱা, দৃষ্টিশক্তি কমি যোৱা, শৰীৰৰ ওজন কমি যোৱা, বেছিকৈ পিয়াহ লগা বা ভোক লগা, সঘনাই প্ৰসাৱ কৰিব লগা ইত্যাদি। এনেবোৰ লক্ষণে দেখা দিলে তত্‌ক্ষণাত চিকিত্‌সকৰ পৰামৰ্শ ল’ব লাগে। মন কৰিব লগা কথা যে ৰোগৰ আৰম্ভণিতে এই লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ পৰিণতিতেই ৰোগীৰ শৰীৰত ডায়েবেটিচ ৰোগে জটিল ৰূপ ধাৰণ কৰিবলৈ সুবিধা পায়। কিন্তু আৰম্ভণিতে ৰোগ নিৰ্ণয় হ’লে, চিকিত্‌সকৰ দ্বাৰা ৰোগীৰ অৱস্থা সংকটজনক নোহোৱাকৈ ৰাখিব পাৰি।
 
সকলো মানুহে জীৱনত কম বেছি পৰিমাণে পৰিশ্ৰম কৰিব লাগে আৰু পৰিশ্ৰম কৰিবলৈ শৰীৰক শক্তিৰ প্ৰয়োজন হয়। এই শক্তি কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্যৰ পৰা পোৱা যায়। ভাত, ৰুটি, আলু, চেনি ইত্যাদি হ’ল কাৰ্বোহাইড্ৰেট বা শৰ্কৰা জাতীয় খাদ্য। এইবোৰ খাদ্য গ্ৰহণ কৰাৰ পাছত ইয়াৰ শৰ্কৰা ভাগ তেজত জমা হয় আৰু অগ্নাশয় গ্ৰন্থিয়ে নি:সৰন কৰা ইন্‌চুলিন নামৰ হৰম’ন বিধে তেজৰ শৰ্কৰা (Sugar) ভাগ শৰীৰে অৰ্থাত্‌ কোষে গ্ৰহণ কৰাত সহায় কৰি দিয়ে। এনেদৰে ইন্‌চুলিনৰ সহায়ত কাৰ্বোহাইড্ৰেট গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত শক্তি উত্‌পন্ন হয় আৰু শৰীৰ কাৰ্য্যক্ষম হৈ উঠে। কিন্তু ডয়েবেটিচ ৰোগীৰ ক্ষেত্ৰত অগ্নাশয় গ্ৰন্থিয়ে ইন্‌চুলিন হৰম’ন নি:সৰন কৰাত অনিয়মীয়া হোৱা বাবে খাদ্যৰ পৰা তেজত জমা হোৱা শৰ্কৰা ভাগ শৰীৰে গ্ৰহণ কৰিব নোৱাৰা হয় আৰু তেজত জমা হোৱা এই কাৰ্বোহাইড্ৰেট বা শৰ্কৰা প্ৰসাৱৰ দ্বাৰা শৰীৰৰ পৰা ওলায় যায়। এনেদৰে শৰীৰ শৰ্কৰাৰ অভাৱত ভুগিব লগা হয় আৰু ইয়াৰ অভাৱত শৰীৰ শক্তিহীনতাত ভুগিব লগা হয়। ৰোগ কিছুদিন আগবঢ়াৰ লগে লগে [[চকু]]ৰ দৃষ্টিশক্তিও কমিবলৈ ধৰে আৰু লাহে লাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাত বিভিন্ন ৰোগ ব্যাধিয়ে আগুৰি ধৰে। এনেদৰে ৰোগ ক্ৰমে জটিল হৈ গৈ থাকে।
Line 73 ⟶ 78:
 
== নিয়ন্ত্ৰণ ==
প্ৰকৃততে ডায়েবেটিচ ৰোগৰ চিকিৎসা ব্যৱস্থাত ৰোগীক সম্পূৰ্ণৰূপে আৰোগ্য কৰাতকৈ ৰোগৰ নিয়ন্ত্ৰণ কৰি ৰখাৰহে চিকিৎসা চলে। নিয়মিত ভাৱে চিকিৎসা গ্ৰহণ কৰি থাকিলে ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে যদিও ৰোগী সকলে এক দোদুল্যমান অৱস্থাত জীৱন কটাবলগীয়া হয়। ইয়াৰ চিকিৎসা পদ্ধতি দীঘলীয়া হোৱাত বহুতো ৰোগীয়ে চিকিৎসা গ্ৰহণ প্ৰক্ৰিয়া চলাই লৈ যোৱাটো টান হৈ পৰে। ইয়াৰ ফলতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে বা মৃত্যু মুখত পৰে। ডায়েবেটিচ যিহেতু হৰম’ন জনিত ৰোগ আৰু হৰম’ন নিঃসৰন কাৰ্য্য মগজুৰ নিৰ্দেশতে পৰিচালিত হয়, গতিকে আমি আমাৰ মগজুক অৰ্থাত্‌ মনটোক উদ্বিগ্নতা, ক্ৰোধ বা খং আদি ঋণাত্মক কাৰকৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিব পাৰিলেহে মগজুৰ কাৰ্য্যকাৰিতা সঠিক অৱস্থাত ৰাখিব পৰাটো সম্ভৱ হয়। কিয়নো সুস্থিৰ মন হৈছে সু-স্বাস্থ্যৰ চাবি কাঠি। গতিকে ভোগবাদী মানসিকতাই হওক বা অন্য কাৰণতেই হওক উদ্বিগ্নতা সৃষ্টি কৰিব পৰা কাৰকসমূহ এৰাই চলিলে নিশ্চয় ডায়েবেটিচৰকাৰকে নিচিনাএনে মহাব্যাধিৰৰোগৰ কবলতসম্ভাৱনা পৰিববৃদ্ধি লগাকৰ্ব নহব।পাৰে।
 
 
প্ৰায় ছয়হেজাৰ বছৰৰ পূৰ্বে ভাৰতীয় ঋষিমুনিসকলে মানুহৰ মন সুস্থিৰ অৱস্থাত ৰাখিব পৰা ’যোগ’ পদ্ধতিৰ উদ্ভাৱন কৰি থৈ গৈছে। পৰৱৰ্তী সময়ত এই যোগ পদ্ধতি ’যোগ চিকিৎসা’ বা’ প্ৰাকৃতিক চিকিৎসা’ পদ্ধতি হিছাপে আজিও চলি আছে। এই চিকিৎসা পদ্ধতিৰ জৰিয়তে মানুহৰ লোভ, মোহ, কাম, ক্ৰোধ এই চাৰি ৰিপুক দমন কৰি মনটোক নিজৰ নিয়ন্ত্ৰণত ৰখা হয়। যোগ বা প্ৰাকৃতিক চিকিৎসাত ’প্ৰাণায়াম’ হৈছে বৰ্তমান সময়ত অতি জনপ্ৰিয় আৰু ফলপ্ৰসু পদ্ধতি। প্ৰাণায়ামৰ জৰিয়তে মন স্থিৰ কৰি ৰখাৰ লগতে বায়ুৰ পৰা মুক্ত [[অক্সিজেন]] গ্ৰহণ কৰা হয়। এই অক্সিজেন ৰক্ত প্ৰবাহৰ জৰিয়তে শৰীৰৰ সকলো কলা-কোষলৈ যোগান ঘৰা হয়। মনৰ সুস্থিৰ অৱস্থাত অতিৰিক্ত অক্সিজেনৰ যোগান শৰীৰৰ সকলো কলা-কোষ আৰু গ্ৰন্থিত চলা শৰীৰ কাৰ্য্যসমূহ অধিক কাৰ্য্যক্ষম কৰি তোলে। ইয়াৰ ফলস্বৰূপে শৰীৰৰ [[ৰোগ প্ৰতিৰোধ ক্ষমতা]] (Immunity) শক্তিশালী হৈ উঠে, যাৰ বাবে সহজে কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।
 
ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে যিদৰে চিকিৎসালয় স্থাপন কৰা হৈছে, তাৰ সমান্তৰাল ভাবে জনসাধাৰণৰ মাজত এই ৰোগ সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰিলেহে ডায়েবেটিচ ৰোগক প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিব। এই ক্ষেত্ৰত মানুহৰ মন অস্থিৰ কৰি তুলিব পৰা জীৱন শৈলী পৰিহাৰ কৰি এক সু-শৃংখলাবদ্ধ জীৱন যাপনেৰেযাপনৰ জীৱনৰ বাটত অগ্ৰসৰ হ’লেহে আমি নিশ্চয়যোগেদি ডায়েবেটিচৰ বিচিনা মাহা ব্যাধিক দূৰতে বিদুৰ কৰিব পাৰিমপৰা যায় বুলি আশা কৰিব পাৰো।পাৰি।
 
== ভাৰতবৰ্ষত বহুমুত্ৰ ৰোগৰ প্ৰভাৱ ==
[[ভাৰতবৰ্ষ]]ত যোৱা দুটামান দশকৰ পৰা ডায়েবেটিচ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এক সমীক্ষামতে ২০০০ চনত বিশ্বত ডায়েবেটিচ ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৭১ নিযুত। কিন্তু ২০৩০ চনলৈ এই পৰিসংখ্যা বিশেষজ্ঞসকলে দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছেকৰিছে।<ref>Davidson’s Principles & Practice of Medicine</ref> [[পৃথিৱী]]ৰ সকলো ঠাইৰ মানুহৰে এইবিধ ৰোগ হয় যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ মানুহ এই ৰোগত বেছি আক্ৰান্ত হোৱা দেখা যায়। ইণ্টাৰনেচনেল ডায়েবেটিচ ফেডাৰেচনে প্ৰকাশ কৰা মতে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় ৫০.৮ নিযুত লোকেই ডায়েবেটিচ ৰোগত ভুগি আছেআছে।<ref name="Gale">{{cite news|url=http://www.bloomberg.com/news/2010-11-07/india-s-deadly-diabetes-scourge-cuts-down-millions-rising-to-middle-class.html|title=India’s Diabetes Epidemic Cuts Down Millions Who Escape Poverty|last=Gale|first=Jason|date=November 7, 2010|work=Bloomberg|accessdate=8 June 2012}}</ref> ডায়েবেটিচ ৰোগীৰ এই পৰিসংখ্যাত ভাৰতৰ স্থান প্ৰথম। সেয়ে, ভাৰতবৰ্ষক ডায়েবেটিচৰ ৰাজধানী বুলি কোৱা হয়। বৰ্তমান ভাৰতত বিভিন্ন ঠাইত ব্যক্তিগত খণ্ডত ডায়েবেটিচ ৰোগৰ চিকিৎসাৰ বাবে বহুতো চিকিৎসালয় স্থাপন কৰা হৈছে।