জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
No edit summary
3 নং শাৰী:
[[File:Ericoid mycorrhizal fungus.jpg|thumb|right|175px|এবিধ [[ericoid mycorrhiza]]l ভেঁকুৰ।]]
 
[[জীৱবিজ্ঞান]]ৰ মতে '''জীৱ''' {{En|organism}} হৈছে [[প্ৰাণী]], [[উদ্ভিদ]] অথবা [[বেক্টেৰিয়া]]ৰ দৰে যিকোনো নিকতবৰ্তী [[জীৱন]] প্ৰদ্ধতি। পৃথিৱাৰপৃথিৱীৰ সৰ্বমুঠ [[জীৱন]]ৰ প্ৰায় ৯৯% প্ৰজাতি, প্ৰায় ৫০০ নিযুত [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]]<ref name="Book-Biology">{{cite book |editor1=Kunin, W.E. |editor2=Gaston, Kevin |title=The Biology of Rarity: Causes and consequences of rare—common differences
|url=https://books.google.com/books?id=4LHnCAAAQBAJ&pg=PA110&lpg=PA110&dq#v=onepage&q&f=false|date=31 December 1996 |ISBN=978-0412633805 |accessdate=26 May 2015 }}</ref>, বিলুপ্ত হৈ গ'ল বুলি অনুমান কৰা হৈছে।<ref name="StearnsStearns2000">{{cite book |last=Stearns |first=Beverly Peterson |last2=Stearns |first2=S. C. |last3=Stearns |first3=Stephen C. |title=Watching, from the Edge of Extinction |url=http://books.google.com/books?id=0BHeC-tXIB4C&pg=PA1921 |year=2000 |publisher=[[Yale University Press]] |isbn=978-0-300-08469-6|page=1921 |accessdate=2014-12-27 }}</ref><ref name="NYT-20141108-MJN">{{cite news |last=Novacek |first=Michael J. |title=Prehistory’s Brilliant Future |url=http://www.nytimes.com/2014/11/09/opinion/sunday/prehistorys-brilliant-future.html |date=8 November 2014 |work=[[New York Times]] |accessdate=2014-12-25 }}</ref> বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ১৪ নিযুত প্ৰজাতিৰ<ref name="MillerSpoolman2012">{{cite book|author1=G. Miller|author2=Scott Spoolman |title=Environmental Science - Biodiversity Is a Crucial Part of the Earth's Natural Capital |url=http://books.google.com/books?id=NYEJAAAAQBAJ&pg=PA62 |date=2012 |publisher=[[Cengage Learning]] |isbn=1-133-70787-4 |page=62 |accessdate=2014-12-27 }}</ref> জীৱ আছে বুলি অনুমান কৰা হয়। ইয়াৰে প্ৰায় ১.২ নিযুত প্ৰজাতিৰ তথ্য বিজ্ঞানীৰ ওচৰত আছে আৰু প্ৰায় ৮৬%ত কৈয়ো অধিক প্ৰজাতিৰ কোনো তথ্য আজিও আহৰণ কৰিব পৰা হোৱা নাই।<ref name="PLoS-20110823">{{cite journal |last1=Mora |first1=C. |last2=Tittensor |first2=D.P. |last3=Adl |first3=S. |last4=Simpson |first4=A.G. |last5=Worm |first5=B. |title=How many species are there on Earth and in the ocean? |date=23 August 2011 |journal=[[PLOS Biology]] |doi=10.1371/journal.pbio.1001127 |pmid=21886479 |volume=9 |pmc=3160336 |pages=e1001127}}</ref>
 
সকলো প্ৰকাৰৰ জ্ঞাত জীৱই কিছু পৰ্যায়লৈকে [[উদ্দীপনা]]ৰ প্ৰতি [[সঁহাৰি]] দিয়ে, [[প্ৰজনন]] কৰে, [[Developmental biology|বৃদ্ধি আৰু বিকাশ]] হয় আৰু [[সমস্থাপন]] কৰে। এটা জীৱ একা বা একাধিক [[কোষ]]ৰ দ্বাৰা গঠিত; কেৱল এটা কোষেৰে গঠিত জীৱক [[এককোষী জীৱ]]; আৰু একাধিক কোষেৰে গঠিত জীৱক [[বহুকোষী জীৱ]] বোলে। বেছিভাগ এককোষী জীৱ ইমান ক্ষুদ্ৰ যে সিহঁতক [[অণুবীক্ষণ যন্ত্ৰ]]ৰ যোগেদিহে দেখা পোৱা যায়, সেইবাবে সিহঁতক [[অণুজীৱ]] বোলে। অৱশ্যে, কিছুমান প্ৰটিষ্ট আৰু বেক্টেৰিয়া খালি চকুৰেও দেখা পোৱা যায়।<ref>[http://www.mpg.de/english/illustrationsDocumentation/documentation/pressReleases/1999/news17_99.htm Max Planck Society Research News Release] Accessed 21 May 2009</ref> মানুহবোৰ হৈছে অসংখ্য কোষেৰে বিশেষভাৱে সংগঠিত [[কলা]] আৰু [[অংগ তন্ত্ৰ|অংগ]]ৰ দ্বাৰা গঠিত বহুকোষী জীৱ।
 
এটা জীৱ [[প্ৰকোষকেন্দ্ৰী]] অথবা [[সংকোষকেন্দ্ৰী]] হব পাৰে। প্ৰকোষকেন্দ্ৰী জীৱবোৰ দুখন পৃথক [[অধিজগৎ (জীৱ বিজ্ঞান)|অধিৰাজ্য]]ত বিভক্ত, [[বেক্টেৰিয়া]] আৰু [[আৰ্কিয়া]]। সংকোষকেন্দ্ৰী জীৱৰ কোষত আৱৰণিযুক্ত সুনিৰ্দিষ্ট [[কোষ কেন্দ্ৰ]] আৰু আৱৰিযুক্ত কিছুমান অতিৰিক্ত অংগানু (যেনে মাইট'কণ্ড্ৰিয়া, প্লাষ্টিড আদি) থাকে।<ref name=cavaliersmith1987>{{cite pmid|3113314|noedit}}</ref> সংকোষকেন্দ্ৰী জীৱৰ বিভিন্ন [[ৰাজ্য (জীৱ বিজ্ঞান)|ৰাজ্য]]বোৰ হৈছে [[ভেঁকুৰ]], [[প্ৰাণী]] আৰু [[উদ্ভিদ]]।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/জীৱ"ৰ পৰা অনা হৈছে