সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তেলেগু অশুদ্ধ, তেলুগু হে শুদ্ধ।
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
77 নং শাৰী:
* The Dhammapada (1950);
* The Religion of the spirit and the Worlds Need (1952).
==উপসংহাৰ==
উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্হাশীল আছিল ৰাধাকৃষ্ণন ।
ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰক্ষ্ম’ৰ উপলব্ধিত। ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰক্ষ্মচাৰ্য পালন, ব্ৰক্ষ্মজ্ঞানৰ সাধন আৰু ব্ৰক্ষ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰক্ষ্মচাৰী, এজন প্ৰকৃত ব্ৰক্ষ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰক্ষ্মবাদী আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিঃপ্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে<ref name="গ্ৰন্থ"/>।
 
==গ্ৰন্থপঞ্জী==
সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত ভিত্তি কৰি বৰ্তমানলৈকে বহুতো গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰে মাজৰ কিছুমান হৈছে: