ঘৰুৱাকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: '''ঘৰুৱাকৰণ''' {{En|Domestication|লেটিন ''Domesticus''ৰ পৰা: "ঘৰত থকা"}} হৈছে কোনো জীৱস... |
added Category:কৃষি বিজ্ঞানৰ ইতিহাস using HotCat |
||
1 নং শাৰী:
'''ঘৰুৱাকৰণ''' {{En|Domestication|[[লেটিন]] ''Domesticus''ৰ পৰা: "ঘৰত থকা"}} হৈছে কোনো জীৱসমষ্টিৰ [[কৰ্ষণ]] বা [[পালন]] কৰা। ই ঘৰুৱা বা ব্যৱসায়িকভাৱে পৰ্যায়ত হ'ব পাৰে। ঘৰুৱাকৰণত জীৱৰ ভৌতিক অৱস্থিতি, আচৰণগত বৈশিষ্ট, শাৰীৰিক আকাৰ, নোমৰ গুণগত মান বা বৰণ, বৃদ্ধিৰ হাৰ, জীৱন কাল, উৎপাদন, আৰু অন্য বহু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। পালিত জীৱবোৰ মানুহ বা মানুহৰ ক্ৰিয়াকলাপৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, কেতিয়াবা এনে প্ৰাণীবোৰে বন্য জীৱন যাপন কৰাৰ ক্ষমতাও হেৰুৱাই পেলাই। ঘৰুৱাকৰণ আৰু পালন কাৰ্যৰ মাজৰ পাৰ্থক্য হৈছে, এই ক্ষেত্ৰত জীৱবোৰৰ কেৱল আচৰণ বা পৰিৱেশতান্ত্ৰিক সামাজিকতাই সলনি নহয় লগতে ধ্বনিগত প্ৰকাশভংগী আৰু জিনীয় প্ৰকাৰো সলনি হয়। ঘৰুৱাকৰণ বুলিলে কেৱল প্ৰাণীৰ পোহ-পাল কৰাকে নুবুজাই, ই উদ্ভিদ, ভেঁকুৰ আৰু অন্য জীৱকো ঘৰুৱা ভাৱে কৰ্ষণ কৰা বুজায়। প্ৰাথমিকভাৱে সৌন্দৰ্য বৰ্ধনৰ বাবে ঘৰুৱাকৰণ কৰা উদ্ভিদসমূহক ঘৰুৱা বা আলংকৰিক উদ্ভিদ বোলে, আৰু খাদ্য উৎপাদনৰ বাবে বৃহৎ পৰিসৰত পালন কৰা উদ্ভিদবোৰ হৈছে শস্য। এনে ঘৰুৱা উদ্ভিদ আৰু বন্য প্ৰজাতিবোৰৰ মাজত কোনো পাৰ্থক্য নেথাকে। ঘৰুৱাভাৱে সংগলাভৰ বাবে পালন কৰা প্ৰাণীবোৰক পোহনীয়া আৰু ব্যৱসায়িক লাভালাভৰ বাবে পালন কৰা প্ৰাণীবোৰক ফাৰ্ম এনিমেল বা পালিত পশু বোলে।
[[শ্ৰেণী:কৃষি বিজ্ঞানৰ ইতিহাস]]
|