নিকটদৃষ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শুধৰণি
No edit summary
15 নং শাৰী:
''নিটকদৃষ্টি'' (({{lang-en|Myopia}}) বুলিলে চকুৰ এনে এক অৱস্থাক বুজায় য'ত পোহৰ ৰেটিনাৰ পৃষ্ঠাত আপতিত হোৱাৰ সলনি ইয়াৰ সন্মুখত হয়। তাৰ ফলত আঁতৰৰ বস্তু স্পষ্টকৈ দেখা পোৱা নাযায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা পোৱা যায়।
 
চকু চিকিৎসকসকলে [[চশমা]] বা [[কন্‌টেক্ট লেন্স]]ৰ সহায়ত নিকটদৃষ্টি শুধৰায়। [[প্ৰতিসাৰক শল্য চিকিৎসা]]ৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক শক্তিক্ষমতা ঋণাত্মক যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট শক্তিয়েহেক্ষমতাইহে অৱস্থাটোৰ শুধৰণি কৰে। ''উচ্চ মাত্ৰাৰ নিকটদৃষ্টি'' বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।<ref>{{citation|url=http://cat.inist.fr/?aModele=afficheN&cpsidt=21992936|title=Etiopathogenesis and management of high-degree myopia. Part I}}</ref>
 
নিকটদৃষ্টিৰ প্ৰতিৰূপ অৱস্থাক "[[দূৰদৃষ্টি]]" বোলে।