নিকটদৃষ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
| MeshID = D009216
}}
<b>''নিটকদৃষ্টিনিকটদৃষ্টি''</b> (({{lang-en|Myopia}}) বুলিলে চকুৰ দৃষ্টিশক্তিৰ এনে এক অৱস্থাক বুজায়ত্রুটি য'ত পোহৰদৃষ্টি ৰেটিনাৰৰেখাৰ পৃষ্ঠাতসমান্তৰাল আপতিতভাৱে হোৱাৰআঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি ইয়াৰপৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ বস্তুউৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়নাযায়। কিন্তুনিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পোৱাপায় যায়।
 
চকু চিকিৎসকসকলে [[চশমা]] বা [[কন্‌টেক্ট লেন্স]]ৰ সহায়ত নিকটদৃষ্টি শুধৰায়। [[প্ৰতিসাৰক শল্য চিকিৎসা]]ৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক ক্ষমতা ঋণাত্মক (অৱতল লেন্স) যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট ক্ষমতাইহে অৱস্থাটোৰ শুধৰণি কৰে। ''উচ্চ মাত্ৰাৰ নিকটদৃষ্টি'' বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।<ref>{{citation|url=http://cat.inist.fr/?aModele=afficheN&cpsidt=21992936|title=Etiopathogenesis and management of high-degree myopia. Part I}}</ref>
 
নিকটদৃষ্টিৰ প্ৰতিৰূপ অৱস্থাক "[[দূৰদৃষ্টি]]" বোলে।
21 নং শাৰী:
==লক্ষণসমূহ ==
{{Double image|right|Human_eyesight_two_children_and_ball_with_myopia.jpg|200|Human eyesight two children and ball normal vision color.jpg|200|নিকটদৃষ্টি (''বাওঁফালে''), সাধাৰণ দৃষ্টি (''সোঁফালে'')||}}
নিকটদৃষ্টি বা মায়'পিয়াত আক্রান্তজনে খুব কাষৰ বস্তু ভালেইভালকৈ দেখিলেও দূৰৰ বস্তু ভালকৈ নেদেখে। অর্থাৎ এনে চকুৰ নিকটবিন্দু ২৫ ছে:মি:তকৈও কম হব পাৰে।
 
== কাৰণ ==
এই বিকাৰৰ পৰম্পৰাগতভাৱে মানি লোৱা এই বিকাৰৰ কিছুমান কাৰণ:
(ক) চকুৰ লেন্সৰ অত্যধিক বক্ৰতা
(খ) অক্ষিগোলকৰ দীঘল অৱস্থা।<ref>[http://www.eyecollege.com/causes_of_myopia.asp মায়'পিয়া সৃষ্টিৰ কাৰণ]</ref>
 
২০১২ চনত কৰা এক পৰ্যালোচনাইপৰ্যালোচনাত নিকটদৃষ্টিৰ বাবে জগৰীয়া কোনো কাৰণৰে পক্ষত শক্তিশালী প্ৰমাণ পোৱা নাই।<ref name="Sivak2012">{{cite journal|last1=Sivak|first1=Jacob|title=The cause(s) of myopia and the efforts that have been made to prevent it|journal=Clinical and Experimental Optometry|volume=95|issue=6|year=2012|pages=572–582|issn=08164622|doi=10.1111/j.1444-0938.2012.00781.x|pmid=22845416}}</ref> যঁজা সন্তান আৰু সম্পৰ্কীয়তেজৰ লোকসম্পৰ্ক একেথকা পৰিবেশত নিকটদৃষ্টিতআত্মীয়সকল বেছিকৈসমুহীয়াকৈ নিকটদৃষ্টিত ভোগাৰ আশংকাবেছিকৈ থকাউদাহৰণ থকাৰ বাবে বংশগত কাৰকৰ কথা ভবা হৈছে। আকৌ উন্নত দেশসমূহত এই বিকাৰ বেছিকৈ হোৱাৰ বাবে পৰিবেশজনিত কাৰকো জড়িত থাকিব পাৰে।<ref name="Dolgin">[http://www.nature.com/news/the-myopia-boom-1.17120 Nature News Feature: The myopia boom. Short-sightedness is reaching epidemic proportions. Some scientists think they have found a reason why. Elie Dolgin. Nature, 519:276–278. 19 March 2015. doi:10.1038/519276a]</ref>
 
== প্ৰতিকাৰ ==