আলোক-বৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox unit | standard = জ্যোতিৰ্বিদ্যাৰ একক...
 
No edit summary
1 নং শাৰী:
 
{{Infobox unit
| standard = [[জ্যোতিৰ্বিদ্যাৰ একক পদ্ধতি|জ্যোতিৰ্বিদ্যাৰ একক]]
Line 18 ⟶ 19:
 
 
==সংজ্ঞা==
IAUৰ মতে এক-আলোক বৰ্ষ হৈছে, জুলিয়ান বৰ্ষ {{refn|জুলিয়ান বৰ্ষত এবছৰত ৩৬৫.২৫ দিন থাকে (বা এছ.আই. এককত, এদিনত ৮৬৪০০ ছেকেণ্ডকৈ মুঠ ৩১৫৫৭৬০০ ছেকেণ্ড, আনহাতেদি [[জৰ্জিয়ান বৰ্ষ]]ত ৩৬৫.২৪২৫দিন থাকে<ref>{{Citation|url=http://www.iau.org/Units.234.0.html |title=IAU Recommendations concerning Units}}</ref>|group=note}} (৩৬৫.২৫ দিন) আৰু পোহৰৰ বেগ (২৯৯৭৯২৪৫৮ মি/ছে)ৰ পূৰণফল।<ref group=note>মিটাৰৰ সংজ্ঞা মতে, [[পোহৰৰ বেগ]] সঠিকভাৱে ২৯৯৭৯২৪৫৮ মি/ছে।</ref> ১৯৮৪ চনৰ পৰা ব্যৱহাৰ হৈ অহা জ্যোতিৰ্বিজ্ঞানৰ ধ্ৰুৱ সংখ্যা প্ৰণালীত এই দুটা মান অন্তৰ্ভুক্ত হৈ আহিছে।<ref>"[http://asa.usno.navy.mil/static/files/2009/Astronomical_Constants_2009.pdf Selected Astronomical Constants]" in ''[[Astronomical Almanac]]'', p. 6..</ref> ইয়াৰ পৰা তলৰ একক পৰিৱৰ্তন সমূহ কৰিব পাৰি, আলোক-বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃত সংক্ষিপ্ত ৰূপ হৈছে, "l.y."<ref>ISO 80000-3:2006 Quantities and Units - Space and Time</ref><ref>IEEE/ASTM SI 10-2010, American National Standard for Metric Practice</ref>).
 
:{|
|-
|rowspan=5 valign=top|১ আলোক-বৰ্ষ
|= ৯৪৬০৭৩০৪৭২৫৮০৮০০ মিটাৰ (সঠিকভাৱে)
|-
|≈ ৯.৪৬১ পেটামিটাৰ
|-
|≈ ৫.৮৭৮৬২৫ লাখ-কোটি মাইল
|-
|≈ ৬৩২৪১.০৭৭ জ্যোতিৰ্বৈজ্ঞানিক একক
|-
|≈ ০.৩০৬৬০১ পাৰছেক্‌
|}
 
==টোকা==
{{Reflist|group=note}}
==তথ্যসূত্ৰ==
{{reflist|3}}
"https://as.wikipedia.org/wiki/আলোক-বৰ্ষ"ৰ পৰা অনা হৈছে