ব্ৰঞ্জ যুগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} File:Metallurgical diffusion.png|thumb|250px|ইউৰোপ আৰু এচিয়াত ধাতুবি...
 
12 নং শাৰী:
===প্ৰাচ্য (Near East)===
প্ৰাচীন কালৰ প্ৰাচ্যত খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত সুমেৰীয় সভ্যতা আৰম্ভ হোৱাৰে পৰা ব্ৰঞ্জ যুগৰ আৰম্ভণি ঘটে। সেই সময়ত সম্প্ৰসাৰিত কৃষিকাৰ্য, এক লেখন পদ্ধতিৰ বিকাশ, কুমাৰৰ চাকৰ আৱিষ্কাৰ, এক কেন্দ্ৰীয় চৰকাৰৰ সৃষ্টি, আইন আৰু ৰাজ্যৰ গঠন হৈছিল। ইয়াৰ লগতে সামাজিক সন্তুষ্টি, দাস প্ৰথা আৰু সুসংহত সমৰকলাৰ সূচনা হৈছিল। সেই সময়ৰ সমাজখনে [[জ্যোতিৰ্বিজ্ঞান]] আৰু [[গণিত]]ৰ প্ৰাথমিক ভেঁটিটোক গঢ় দিছিল।
 
মেচ’পটেমিয়াত প্ৰায় ২৯০০ খ্ৰী:পূ:ত ব্ৰঞ্জ যুগৰ আৰম্ভণি হৈছিল। ব্ৰঞ্জ যুগৰ শেহৰ ফালে বেবিলনীয় সভ্যতাৰ উন্মেষ ঘটিছিল। ইৰাণীয় মালভূমি, এনাটলীয়া (খ্ৰী:পূ: ১৮শ শতিকা), লেভেণ্ট, প্ৰাচীন ইজিপ্ট (খ্ৰী:পূ: ৩১৫০-২৬৮৬), মধ্যৱৰ্ত্তীকালৰ ইজিপ্ট (খ্ৰী:পূ: ২০৫৫-১৬৫০), নৱ্য ইজিপ্ট (খ্ৰী:পূ: ১৬০০-১১০০) আদিৰ সভ্যতা এই কালছোৱাৰ অন্তৰ্ভুক্ত আছিল।
 
===মধ্য এচিয়া===
 
দক্ষিণ ৰাছিয়া আৰু মধ্য মঙ্গোলিয়াৰ অলটাই পৰ্বত অঞ্চলত ব্ৰঞ্জ সংস্কৃতিৰ উন্মেষ ঘটাৰ প্ৰমাণ পোৱা গৈছে।<ref name=BBCKeys>{{cite journal
| last = Keys
| first = David
| author-link = David Keys (author)
| author2-link =
| title = Scholars crack the code of an ancient enigma
| journal = [[BBC History (magazine)|BBC History Magazine]]
| volume = 10
| issue = 1
| page = 9
| date = January 2009
| url =
| doi =
| id = }}</ref>
 
===পূব এচিয়া===
#চীন: [[চীন]]ত খ্ৰী:পূ: ৩১০০-২৭০০ৰ ব্ৰঞ্জৰ সামগ্ৰী পোৱা গৈছে।<ref>{{cite book|author=Martini, I. Peter|title=Landscapes and Societies: Selected Cases|publisher=[[Springer Science+Business Media|Springer]]|year=2010|isbn=90-481-9412-1|page=310}}</ref><ref>{{cite book|author=[[Charles Higham (archaeologist)|Higham, Charles]]|title=Encyclopedia of ancient Asian civilizations|publisher=[[Infobase Publishing]]|year=2004|isbn=0-8160-4640-9|page=200}}</ref>
#কোৰিয়া: পেনিনচুলাত ৯০০-৮০০ খ্ৰী:পূ:তে ব্ৰঞ্জ যুগ আৰম্ভ হৈছিল।<ref>Carter J. Eckert, el., "Korea, Old and New: History", 1990, pp. 9</ref><ref>{{cite web|url=http://afe.easia.columbia.edu/tps/1000bce_ko.htm |title=1000 BC to 300 AD: Korea &#124; Asia for Educators &#124; Columbia University |publisher=Afe.easia.columbia.edu |date= |accessdate=2012-08-03}}</ref> লিয়াওনিং আৰু মাঞ্চুৰিয়াৰ পৰা কোৰিয়ান ব্ৰঞ্জ যুগৰ সূচনা হৈছে।<ref>[http://daegu.museum.go.kr/museum/english/body_02/body02_1_03.htm]{{dead link|date=August 2012}}</ref>
 
{|align=right
|-
! style="color:#black; background:#f8eaba; font-size:100%; text-align:center;" colspan="2"|কোৰিয়াৰ ব্ৰঞ্জ যুগ
|-
|<gallery>
File:화순 대곡리 청동기 일괄.jpg|কোৰিয়াৰ ব্ৰঞ্জৰ সামগ্ৰী
</gallery>
|-
|}
 
===দক্ষিণ-পূব এচিয়া===
====সিন্ধু সভ্যতা====
{{Main|সিন্ধু সভ্যতা}}
এই প্ৰাচীন সভ্যতা (খ্ৰী:পূ: ৩৩০০-১৭০০) [[এচিয়া]]ৰ এক অন্যতম প্ৰধান নদী [[সিন্ধু নদী|সিন্ধু]] আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল।<ref>http://164.100.47.132/LssNew/psearch/QResult15.aspx?qref=138704 | "The work on delineation of entire course of river 'Saraswati' in North West India was carried out using Indian Remote Sensing Satellite data along with digital elevation model. Satellite images are multi-spectral, multi-temporal and have advantages of synoptic view, which are useful to detect palaeochannels. The palaeochannels are validated using historical maps, archaeological sites, hydro- geological and drilling data. It was observed that major Harappan sites of Kalibangan (Rajasthan), Banawali and Rakhigarhi (Haryana), Dholavira and Lothal (Gujarat) lie along the River Saraswati ."- '''Ministry of Space, Government of India'''.</ref><ref>http://www.iisc.ernet.in/currsci/oct25/articles20.htm | A.V.Shankaran.:"Saraswati – The ancient river lost in the desert."</ref>
===ইউৰোপ===
===আমেৰিকা===
 
==টোকা==
{{Reflist|30em}}