গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

58 বাইট যোগ দিয়া হ’ল ,  6 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
No edit summary
| demographics1_title2 =
| demographics1_info2 =
| timezone1 = [[Indianভাৰতীয় Standardমান Time|ISTসময়]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
 
==উল্লেখযোগ্য স্থান==
* ;'''[[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]''': গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ [[এশিঙীয়া গঁড়]]ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম অাকৰ্ষণৰ কেনদ্ৰ।
* ;'''[[গৰমপানী অভয়াৰণ্য]]''': গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।
এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।
* ;'''ৰবীন বেনাৰ্জী সংগ্ৰহালয়''': বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা [[ৰবীন বেনাৰ্জী]]ৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে৷ ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰুপান্তৰিত কৰা হৈছে।
* ;'''যমুনা উদ্যান''': গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা অাছে।
* ;'''নামবৰ দৈগ্ৰুং অভয়াৰণ্য''': ৯৭.১৫ বৰ্গ-কিলোমিটাৰ অাগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।
* ;'''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''': অসমৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত [[শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ]] অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁওত অৱস্থিত।
 
==ৰাজনীতি==
4,301

টা সম্পাদনা