মেকুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
লিংক
31 নং শাৰী:
|publisher=[[Integrated Taxonomic Information System]]
|location=Reston, Virginia
|accessdate=14 December 2011}}</ref> ('''''Felis catus''''' বা '''''Felis silvestris catus''''')<ref name="ITIS F.c." /> বোৰ হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান [[মাংসভোজী]] [[ঘৰুৱাকৰণ|পোহনীয়া]] [[স্তন্যপায়ী প্ৰাণী|স্তন্যপায়ী জন্তু।জন্তু]]। সাধাৰণতে ঘৰুৱাভাৱে পালিত অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু অন্য মেকুৰীজাতীয় প্ৰাণীৰ পৰা পৃথককৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নেথাকে।<ref name="AHD">{{cite book
|url= http://education.yahoo.com/reference/dictionary/entry/housecat
|title=Housecat
40 নং শাৰী:
|year=2010
|accessdate=6 October 2010
}}</ref> ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক [[মানুহ|মানুহে]] অধিক গুৰুত্ব প্ৰদান কৰে।
 
মেকুৰীৰ শক্তিশালী দেহ, আৰু সৰু চিকাৰ মাৰিব পৰা তীক্ষ্ণ [[দাঁত]] থাকে। ইহঁতে অতি দ্ৰুত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। ইহঁতে [[নিগনি]] বা অন্য ক্ষুদ্ৰ প্ৰাণীয়ে সৃষ্টি কৰা অতি উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। অন্য স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ ঘ্ৰাণ শক্তি বেচি প্ৰখৰ।
 
২০০৭ চনৰ এক জিনীয় অধ্যয়ন মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ বৰ্ষতে [[পশ্চিম এছিয়াতএছিয়া]]ত [[আফ্ৰিকীয় বনমেকুৰী]]ৰ (''Felis silvestris lybica'') পৰা ৰূপান্তৰিত হৈছিল।<ref name="9500 years">{{cite web
|title=Oldest Known Pet Cat? 9,500-year-old Burial Found on Cyprus
|url= http://news.nationalgeographic.com/news/2004/04/0408_040408_oldestpetcat.html
"https://as.wikipedia.org/wiki/মেকুৰী"ৰ পৰা অনা হৈছে