সিংহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: সিংহ {{En|lion|Panthera leo}} হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প...

No edit summary
1 নং শাৰী:
{{Taxobox
সিংহ {{En|lion|Panthera leo}} হৈছে পেন্থেৰা গণৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ইহঁত ফেলেডি পৰিয়ালৰ পাঁচ প্ৰকাৰৰ বৃহৎ মেকুৰীজাতীয় প্ৰাণীৰ অন্যতম। আফ্ৰিকীয় সিংহ বুলিলে আফ্ৰিকাৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়। এটা পূৰ্ণবয়স্ক মতা সিংহৰ ওজন প্ৰায় {{Convert|250|kg}} পৰ্যন্ত হ'ব পাৰে, ই বাঘৰ পিছতেই জীৱিত মেকুৰীজাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী। বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এচিয়াত (বিলুপ্ত প্ৰায় অৱস্থাত ভাৰতৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত) বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গল বুলি কোৱা হয়। প্ৰায় ১০ হেজাৰ বছৰ আগৰ প্লেষ্ট‌'চিন যুগলৈকে সিংহবোৰ মানুহৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত ব়হৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী। ইহঁতক আফ্ৰিকাৰ অধিকাংশ অঞ্চল, পশ্চিম ইউৰোপৰ পৰা ভাৰতলৈকে ইউৰেচিয়া আৰু ইউকোনৰ পৰা পেৰু পৰ্যন্ত আমেৰিকাত দেখা পোৱা যায়। সিংহ একপ্ৰকাৰৰ বিপন্ন প্ৰৈণী।
| name=সিংহ
| fossil_range ={{fossil range|early Pleistocene|Recent}}
| status=VU
| status_system=iucn3.1
| trend=down
| status_ref =
| image=Lion waiting in Namibia.jpg
| image_width=250px
| image_caption=মতা সিংহ
| image2=Okonjima Lioness.jpg
| image2_width=250px
| image2_caption=মাইকী সিংহ (সিংহিনী)
| regnum=[[Animal]]ia
| phylum=[[Chordate|Chordata]]
| classis=[[Mammal]]ia
| ordo=[[Carnivora]]
| familia=[[Felidae]]
| subfamilia=[[Pantherinae]]
| genus=''[[Panthera]]''
| species='''''P. leo'''''
| binomial=''Panthera leo''
| binomial_authority=([[Carl Linnaeus|লিনিয়াছ]], [[10th edition of Systema Naturae|১৭৫৮]])
| synonyms='''''Felis leo '''''
লিনিয়াছ, ১৭৫৮
| range_map=Lion distribution.png
| range_map_width=250px
| range_map2=Map Guj Nat Parks Sanctuary.png
| range_map2_width=250px
| range_map2_caption=ভাৰতত সিংহৰ বিস্তৃতি: The Gir Forest, in [[Gujarat]], is the last natural range of more than 500 wild [[Asiatic lion]]s. There are plans to reintroduce some lions to [[Kuno Wildlife Sanctuary]] in neighbouring [[Madhya Pradesh]].
| subdivision_ranks = [[উপ-প্ৰজাতি]]
| subdivision =
{{show
|''Panthera leo''ৰ উপ-প্ৰজাতিসমূহ
|''[[Congo lion|P. l. azandica]]''
''[[Southwest African lion|P. l. bleyenberghi]]''
''P. l. hollisteri''
''P. l. kamptzi''
''P. l. krugeri''
''[[Barbary lion|P. l. leo]]''
''[[Marozi|P. l. maculatus]]''
''P. l. nubica''
''[[Asiatic lion|P. l. persica]]''
''P. l. senegalensis''
''P. l. verneyi''
''P. l. nyanzae''
''P. l. roosevelti''
''P. l. somaliensis''
†''[[American lion|P. l. atrox]]''
†''[[History of lions in Europe|P. l. europaea]]''
†''[[Cape lion|P. l. melanochaita]]''
†''[[Sri Lanka lion|P. l. sinhaleyus]]''
†''[[Panthera leo spelaea|P. l. spelaea]]''
†''P. l. vereshchagini''}}

'''সিংহ''' {{En|lionLion|Panthera ''leo''}} হৈছে পেন্থেৰা গণৰ[[গণ (জীৱবিদ্যা)|গণ]]ৰ অন্তৰ্গত এবিধ [[স্তন্যপায়ী প্ৰাণী।প্ৰাণী]]। ইহঁত ফেলেডি পৰিয়ালৰ[[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ৰ পাঁচ প্ৰকাৰৰ বৃহৎ [[মেকুৰীজাতীয় প্ৰাণীৰপ্ৰাণী]]ৰ অন্যতম। [[আফ্ৰিকীয় সিংহ]] বুলিলে আফ্ৰিকাৰ[[আফ্ৰিকা]]ৰ অৰণ্যত পোৱা কেইবা প্ৰকাৰৰ উপ-প্ৰজাতিক বুজায়। এটা পূৰ্ণবয়স্ক মতা সিংহৰ ওজন প্ৰায় {{Convert|250|kg}} পৰ্যন্ত হ'ব পাৰে,<ref name="nowak">{{Cite book |last=Nowak|first= Ronald M. |year=1999 |title=Walker's Mammals of the World |location=Baltimore |publisher=Johns Hopkins University Press |isbn=0-8018-5789-9}}</ref>বাঘৰ[[বাঘ]]ৰ পিছতেই জীৱিত মেকুৰীজাতীয় প্ৰাণীৰ ভিতৰত দ্বিতীয় বৃহত্তম প্ৰাণী। বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এচিয়াত[[এচিয়া]]ত (বিলুপ্ত প্ৰায় অৱস্থাত ভাৰতৰ[[ভাৰত]]ৰ [[গিৰ ৰাষ্ট্ৰীয় উদ্যানতউদ্যান]]ত) বন্য সিংহ পোৱা যায়, বাকী উত্তৰ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম এচিয়াৰ সিংহবোৰ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গল বুলি কোৱা হয়। প্ৰায় ১০ হেজাৰ বছৰ আগৰ প্লেষ্ট‌'চিন যুগলৈকে সিংহবোৰ মানুহৰ[[মানুহ]]ৰ পাছতেই আটাইতকৈ বেচি বিস্তাৰিত ব়হৎ স্তন্যপায়ী স্থলচৰ প্ৰাণী। ইহঁতক আফ্ৰিকাৰ অধিকাংশ অঞ্চল, [[পশ্চিম ইউৰোপৰইউৰোপ]]ৰ পৰা ভাৰতলৈকে [[ইউৰেচিয়া]] আৰু ইউকোনৰ পৰা পেৰু পৰ্যন্ত আমেৰিকাত[[আমেৰিকা]]ত দেখা পোৱা যায়। সিংহ একপ্ৰকাৰৰ [[বিপন্ন প্ৰজাতি|বিপন্ন প্ৰৈণী।প্ৰাণী]]।
Although the cause of the decline is not fully understood, habitat loss and conflicts with humans are currently the greatest causes of concern. Within Africa, the West African lion population is particularly endangered.

In the wild, males seldom live longer than 10 to 14 years, as injuries sustained from continual fighting with rival males greatly reduce their longevity.[6] In captivity they can live more than 20 years. They typically inhabit savanna and grassland, although they may take to bush and forest. Lions are unusually social compared to other cats. A pride of lions consists of related females and offspring and a small number of adult males. Groups of female lions typically hunt together, preying mostly on large ungulates. Lions are apex and keystone predators, although they are also expert scavengers obtaining over 50 percent of their food by scavenging as opportunity allows. While lions do not typically hunt humans, some have. Sleeping mainly during the day, lions are active primarily at night (nocturnal), although sometimes at twilight (crepuscular).[7][8]
অৰণ্যত, মতা সিংহ ক্তিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজতে হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে।<ref>{{Cite book |last=Smuts |first=G. L. |year=1982 |title=Lion|publisher=Macmillan South Africa |location=Johannesburg |page=231|isbn= 0-86954-122-6}}</ref> অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে। সিংহবোৰ সাধাৰণতে ছাভানা আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অনণ্য অঞ্চলতো পোৱা যায়। অন্য মেকুৰীজাতীয় জন্তুৰ তুলনাত সিংহবোৰ যথেষ্ট সামাজিক। সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে। মাইকী সিংহবোৰে লগলাগি, ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে। সিংহবোৰ শীৰ্খস্থানৰ উপভোক্তা, যদিও ইহঁতক অপমাৰ্জক বুলিবও পাৰি। সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে। ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে ৰাতি সক্ৰিয় হয় (নিশাচৰ) আৰু কেতিয়াবা সন্ধাও চিকাৰ কৰে।<ref name="earthtouch">[http://web.archive.org/web/20120420172909/http://www.earth-touch.com/result.php?i=Lions-nocturnal-chorus Lions' nocturnal chorus]. Earth-touch.com. Retrieved on 31 July 2013.</ref><ref name="phxzoo">[http://web.archive.org/web/20120415054339/http://www.phoenixzoo.org/learn/animals/animal_detail.aspx?FACT_SHEET_ID=100001 African Lion ''Panthera leo'']. Phoenix Zoo Fact Sheet.</ref>
Highly distinctive, the male lion is easily recognised by its mane, and its face is one of the most widely recognised animal symbols in human culture. Depictions have existed from the Upper Paleolithic period, with carvings and paintings from the Lascaux and Chauvet Caves, through virtually all ancient and medieval cultures where they once occurred. It has been extensively depicted in sculptures, in paintings, on national flags, and in contemporary films and literature. Lions have been kept in menageries since the time of the Roman Empire, and have been a key species sought for exhibition in zoos over the world since the late eighteenth century. Zoos are cooperating worldwide in breeding programs for the endangered Asiatic subspecies.

সিংহৰ উচ্চস্তৰৰ লিংগীয় বৈষমতা আছে, কেশৰৰ দ্বাৰা মতাবোৰক সহজে চিনাক্ত কৰিব পাৰি। মানৱ সংস্কৃতিত সিংহৰ মুখাবয়বৰ ছবিৰ বহুল ব্যৱহাৰ কৰা হয়, ভাস্কৰ্য, চিত্ৰকলা, ৰাষ্ট্ৰীয় পতাকা আৰু চলচিত্ৰ তথা সাহিত্য ক্ষেত্ৰতো ব্যৱহৃত হয়।

==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/সিংহ"ৰ পৰা অনা হৈছে