ডাইন’চৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: {{Taxobox |name = ডাইন’চৰ |fossil_range = {{fossilrange|231.4|0|Late TriassicPresent, 231.4 - 0 Mya| | earliest=243}} |image = D...
(কোনো পাৰ্থক্য নাই)

20:06, 11 September 2015ৰ সংস্কৰণ

ডাইন’চৰ (ইংৰাজী: Dinosaur) হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০ নিযুত বছৰ আগতে) ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে (৬৬ নিযুত বছৰ আগতে) প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। ক্ৰিটাচিয়াছ–পেলজিন বিলুপ্তিকৰণ পৰিঘটনাৰ দ্বাৰা মেছজইক যুগৰ সমাপ্তিৰ লগতে বহু ডাইন’চৰৰ গোট (আৰু পৃথিৱীৰ তিনি-চতুৰ্থাংশ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি)পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। জীৱাশ্মৰ সাক্ষ্যৰ ভিত্তিত চৰাইবোৰ জুৰাছিক যুগত থেৰপদ ডাইন’চৰৰ পৰা বিৱৰ্তিত হৈছিল বুলি অনুমান কৰা হয়, সেইবাবে ইহঁতক আধুনিক fবৈশিষ্টপূৰ্ণ ডাইন’চৰ বুলি বিবেচনা কৰা হয়।[1]

ডাইন’চৰ
জীৱাশ্ম কাল: Late TriassicPresent, 231.4 - 0 Mya
ডাইন’চৰৰ জীৱাশ্মৰ কংকালৰ সংগ্ৰহ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
(অশ্ৰেণীকৃত): Dinosauriformes
(অশ্ৰেণীকৃত): Dinosauria
Owen, 1842
প্ৰধান গোটসমূহ

তথ্য সংগ্ৰহ

  1. Lee, MichaelS.Y.; Cau, Andrea; Naish, Darren; Dyke, Gareth J. (1 August 2014). "Sustained miniaturization and anatomical innovation in the dinosaurian ancestors of birds". Science খণ্ড 345 (6196): 562–566. doi:10.1126/science.1252243. http://www.sciencemag.org/content/345/6196/562। আহৰণ কৰা হৈছে: August 2, 2014.