১২ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: # ‘আৱাহন" যুগৰ অসমীয়া গল্পকাৰ দীননাথ শৰ্মাৰ জন্ম হৈছিল ১৯১৪...
 
update
8 নং শাৰী:
# লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল হয় ১৭৮৬ চনৰ আজিৰ দিনটোতে।
# ১৮৯৭ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী [[ইৰেন জোলিঅ কুৰী]]ৰ জন্ম হয়। ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
# ১৯১৩ চনৰ এই দিনটোতে ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্‌লিট জেছি অ'ৱেন্সৰ জন্ম হৈছিল।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]