যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
26 নং শাৰী:
}}
 
'''যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ''' ({{lang-en|Jorhat Science Centre cumand Planetarium}}) হৈছে [[যোৰহাট]] নগৰৰ মাজমজিয়াতে ঐতিহাসিক [[ৰাজমাও পুখুৰী]]ৰ পাৰত অৱস্থিত।<ref name="jorhat.nic.in">{{cite web | url=http://jorhat.nic.in/jorhat-planetarium-in-jorhat.html | title=Jorhat Science Center and Planetarium | publisher=District Administration, Jorhat. | accessdate=13 ফেব্ৰুৱাৰী 2014}}</ref> পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি বিস্তৃত হৈ আছে। এইটো দেশৰ ৪৪তম বিজ্ঞান কেন্দ্ৰ<ref>{{cite web|author=TNN Jul 7, 2013, 03.35PM IST |url=http://articles.timesofindia.indiatimes.com/2013-07-07/guwahati/40420752_1_science-park-science-city-assam |title=CM, Union minister inaugurate science centre in Jorhat - Times Of India |publisher=Articles.timesofindia.indiatimes.com |date=2013-07-07 |accessdate=2013-09-01}}</ref> আৰু অসমৰ দ্বিতীয়টো বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ। অসম চৰকাৰৰ ''বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদ'' (Assam Science Technology and Environment Council)ৰ সহযোগত ''ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিচালনা সমিতি'' (National Council of Science Museums, চমুকৈ NCSM)য়ে এই কেন্দ্ৰটোৰ পৰিকল্পনা, আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰিছে।<ref>{{cite web|url=http://kalvimalar.dinamalar.com/news-details.asp?id=11867&cat=1 |title=Jorhat Science Centre and Planetarium inaugurated &#124; Kalvimalar - News |publisher=Kalvimalar.dinamalar.com |date= |accessdate=2013-09-01}}</ref>
 
২০১৩ চনৰ ৬ জুলাইৰ দিনা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে। একে বৰ্ষৰে ১১ জুলাইৰ পৰা এই কেন্দ্ৰটো দৰশনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰতিষ্ঠা হোৱাৰ প্ৰথম মাহটোতে, অৰ্থাৎ ২০১৩ চনৰ ৬ জুলাইৰ পৰা ৫ আগষ্টৰ ভিতৰত এই বিজ্ঞান কেন্দ্ৰটোলৈ ২৭,০০০ জন লোকৰ আগমন হয়। ইয়াৰ পৰা ৩.৮৭ লাখ টকাৰ ৰাজহ লাভ কৰা হয়।<ref name="itimes.com" />