গণতন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা সৃষ্টি
 
No edit summary
16 নং শাৰী:
 
আইনগত সমতা(legal equality),ৰাজনৈতিক স্বাধীনতা(political freedom),কানুনৰ নীতি(rule of law)ক গণতন্ত্ৰৰ মূখ্য বিশেষত্ব বুলি চিনাক্ত কৰা হৈছে<ref>Liberty and justice for some at Economist.com</ref><ref>O'Donnell, G., In Diamond, L.; Morlino, L., Assessing the Quality of Democracy, JHU Press, 2005, p. 3.</ref> ৷গণতন্ত্ৰত সকলো নাগৰিকেই আইনৰ চকুত সমান আৰু যিকোনো আইনী প্ৰক্ৰিয়াত সমান সুবিধা লাভ কৰিব ৷
 
ৰাজনীতি বিজ্ঞানী লেৰী ডায়মণ্ডৰ মতে গণতন্ত্ৰ চাৰিটা মূল অংশ থাকে
 
# এটা ৰাজনৈতিক ব্যৱস্থা যাৰ জৰিয়তে মুক্ত আৰু নিকা নিৰ্বাচন পদ্ধতিৰে চৰকাৰ বাছনি আৰু সলনি কৰিব পাৰি
# নাগৰিকৰ দ্বাৰা ৰাজনীতি আৰু সাধাৰণ জীৱনত সক্ৰিয় অংশগ্ৰহণ
# সকলো নাগৰিকৰ মানৱ অধিকাৰ সুৰক্ষিত ৰখা
# সকলো নাগৰিকৰ ওপৰত সমানে প্ৰযোজ্য হোৱা এটা আইনী ব্যৱস্থা<ref>Diamond, L., Lecture at Hilla University for Humanistic Studies January 21, 2004: [http://web.stanford.edu/~ldiamond/iraq/WhaIsDemocracy012004.htm "What is Democracy"]</ref>
 
==তথ্য সংগ্ৰহ==�{{Reflist}}
"https://as.wikipedia.org/wiki/গণতন্ত্ৰ"ৰ পৰা অনা হৈছে