ঔষধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: File:Charak.jpg|300px|right|"ঔষধৰ পিতৃ" ৰূপে প্ৰখ্যাত ভাৰতত পৌৰাণিক চিকিৎসক [[চ...
 
No edit summary
1 নং শাৰী:
[[File:12-08-18-tilidin-retard.jpg|300px|right|কিছুমান ঔষধ।]]
[[File:Charak.jpg|300px|right|"ঔষধৰ পিতৃ" ৰূপে প্ৰখ্যাত ভাৰতত পৌৰাণিক চিকিৎসক [[চৰক]]ৰ মুৰ্ত্তি।<ref>{{cite journal |author=Nirupama Laroia M.D., Sharma Deeksha |year=2006 |title=The Religious and Cultural Bases for Breastfeeding Practices Among the Hindus |url= |journal=Mary Ann Liebert, Inc. |volume=1 |issue=2| pages=94–98 |doi=10.1089/bfm.2006.1.94}}</ref><ref>{{cite book|last1=Dr. B. R. Suhas|title=SUSHRUTA|url=https://books.google.com/books?id=nEKFAwAAQBAJ&pg=PP18&dq=charaka+father+of&hl=en&sa=X&ved=0CCQQ6AEwAWoVChMIhfPVgqvZxgIVC1gUCh24wQZ3#v=onepage&q=charaka%20father%20of&f=false|accessdate=14 July 2015}}</ref>]]
'''ঔষধ''' {{En|pharmaceutical drug}} হৈছে [[ৰোগৰ কাৰণ]], [[চিকিৎসা]], আৰু [[ৰোগ]] [[প্ৰতিৰোধ]]ৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ [[দৰৱ]]।<ref>[http://www.pharmacistspharmajournal.org/2010/11/definitions-of-drug-radioactive-drug_11.html Definition and classification of Drug or Pharmaceutical Regulatory aspects of drug approval] Accessed 30 December 2013.</ref><ref>[http://www.fda.gov/opacom/laws/fdcact/fdcact1.htm US Federal Food, Drug, and Cosmetic Act, SEC. 210., (g)(1)(B).] Accessed 17 August 2008.</ref><ref>[http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=CELEX:32004L0027:EN:HTML Directive 2004/27/EC of the European Parliament and of the Council of 31 March 2004 amending Directive 2001/83/EC on the Community code relating to [[Medicine|medicinal]] products for human use. Article 1.] Published 31 March 2004. Accessed 17 August 2008.</ref> [[চিকিৎসা বিজ্ঞান|চিকিৎসা ক্ষেত্ৰ]]ত ঔষধ এটা অতি প্ৰয়োজনীয় অংগ, ঔষধীয় বিজ্ঞানৰ ক্ৰমাগত বিকাশ আৰু ঔষধালয়বোৰৰ যথাৰ্থ পৰিচালনাৰ বাবেও ঔষধ এটা প্ৰয়োজনীয় আহিলা। বিভিন্ন বেমাৰৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য বৰ্তাই ৰখা আৰু হেৰুৱা স্বাস্থ্য পুনৰোদ্ধাৰৰ বাবে বিকশিত [[স্বাস্থ্য ৰক্ষা]]ৰ উপায় হৈছে ঔষধ।
 
ঔষধবোৰ [[জীৱচিকিৎসা বিজ্ঞান]], [[জীৱচিকিৎসা অনুসন্ধান]], [[জেনেটিকছবংশগতি]] আৰু [[চিকিৎসা প্ৰযুক্তি]]ত, বিশেষভাৱে [[ঔষধীয়]] বা [[অস্ত্ৰোপচাৰ]]ৰ যোগেদি [[ৰোগৰ কাৰণ]], চিকিৎসা, আৰু ৰোগ আৰু আঘাতৰ উপাচাৰৰ বাবে ব্যৱহৃত হয়।<ref>{{cite web | url=http://dictionary.reference.com/browse/medicine | title=Dictionary, medicine | accessdate=2 December 2013}}</ref>
'''ঔষধ''' {{En|Medicine}} হৈছে [[ৰোগৰ কাৰণ]], [[চিকিৎসা]], আৰু [[ৰোগ]] [[প্ৰতিৰোধ]]ৰ বিজ্ঞান আৰু পদ্ধতি।<ref>{{cite encyclopedia |title=Medicine, n.1 |url= http://www.oed.com/view/Entry/115715?result=1&rskey=YZWqVc& |encyclopedia=OED Online |date=September 2014 |publisher=Oxford University Press |accessdate=8 November 2014}}</ref><ref>{{cite encyclopedia |title=Medicine |url= http://oxforddictionaries.com/definition/medicine?q=medicine |encyclopedia=[[Oxford Dictionaries Online]] |publisher=Oxford University Press |accessdate=8 November 2014}}</ref> ঔষধৰ ইংৰাজী ''medicine'' শব্দটো [[লেটিন ভাষা]]ৰ ''medicus'', অৰ্থ "এজন চিকিৎসক"ৰ পৰা আহৰণ কৰা হৈছে।<ref>Etymology: {{lang-la|medicina}}, from ''ars medicina'' "the medical art", from ''medicus'' "physician". ([http://www.etymonline.com/index.php?term=medicine Etym.Online]) Cf. ''mederi'' "to heal", etym. "know the best course for," from [[Proto-Indo-European language|PIE]] base *med- "to measure, limit. Cf. [[Greek language|Greek]] ''medos'' "counsel, plan", [[Avestan language|Avestan]] ''vi-mad'' "physician"</ref><ref>[http://www.etymonline.com/index.php?term=medicine "Medicine"] ''Online Etymology Dictionary''</ref> বিভিন্ন বেমাৰৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য বৰ্তাই ৰখা আৰু হেৰুৱা স্বাস্থ্য পুনৰোদ্ধাৰৰ বাবে বিকশিত [[স্বাস্থ্য ৰক্ষা]]ৰ বিভিন্ন কৌশলবোৰেই হৈছে ঔষধ।
 
প্ৰাকবৈজ্ঞানিক ঔষধবোৰক আজিকালি [[পৰম্পৰাগত ঔষধ]] আৰু [[লোক ঔষধ]] বোলে। এই ঔষধবোৰ সাধাৰণভাৱে অথবা বৈজ্ঞানিক ঔষধৰ সলনি ব্যৱহৃত হয়, সেইবাবে বিকল্প ঔষধ বুলিও কোৱা হয়।
ঔষধবোৰ [[জীৱচিকিৎসা বিজ্ঞান]], [[জীৱচিকিৎসা অনুসন্ধান]], [[জেনেটিকছ]] আৰু [[চিকিৎসা প্ৰযুক্তি]]ত, বিশেষভাৱে [[ঔষধীয়]] বা [[অস্ত্ৰোপচাৰ]]ৰ যোগেদি [[ৰোগৰ কাৰণ]], চিকিৎসা, আৰু ৰোগ আৰু আঘাতৰ উপাচাৰৰ বাবে ব্যৱহৃত হয়।<ref>{{cite web | url=http://dictionary.reference.com/browse/medicine | title=Dictionary, medicine | accessdate=2 December 2013}}</ref>
 
[[ঔষধৰ আবিস্কাৰ]] আৰু [[ঔষধৰ বিকাশ]] অতি জটিল তথা খৰছী কাৰ্য, এই কাৰ্যবোৰ [[ঔষধ প্ৰতিস্থান]], বিজ্ঞানী, আৰু চৰকাৰে সম্পাদন কৰে। কোনবোৰ ঔষধ বজাৰত বিক্ৰী কৰিব পাৰি, কেনেকৈ বিক্ৰী কৰিব আৰু ঔষধৰ মূল্য আদি চৰকাৰে পৰিচালনা কৰে।
প্ৰাকবৈজ্ঞানিক ঔষধবোৰক আজিকালি [[পৰম্পৰাগত ঔষধ]] আৰু [[লোক ঔষধ]] বোলে। এই ঔষধবোৰ সাধাৰণভাৱে অথবা বৈজ্ঞানিক ঔষধৰ সলনি ব্যৱহৃত হয়, সেইবাবে বিকল্প ঔষধ বুলিও কোৱা হয়। উদাহৰণ স্বৰূপে, বিভিন্ন পৰিস্থিতিত [[আকুপাংচাৰ]]ৰ ফলাফলবোৰ "ভিন্ন আৰু অস্থায়ী",<ref name=Colquhoun2013>{{cite journal | last = Colquhoun | first = D | authorlink = David Colquhoun |author2= [[Steven Novella|Novella S]] | pmid = 23709076 | url = http://www.dcscience.net/Colquhoun-Novella-A&A-2013.pdf | format = PDF | title = Acupuncture is a theatrical placebo: the end of a myth | journal = Anesthesia & Analgesia | volume = 116 | issue = 6 | year = 2013 | pages = 1360–1363 | doi=10.1213/ANE.0b013e31828f2d5e}}</ref> কিন্তু অভিজ্ঞ ব্যক্তিৰ তত্বাৱধানত ইয়াক সুৰক্ষিত বুলিব পাৰি।<ref name="nciacupuncture">{{cite web|title=Acupuncture (PDQ®)|url=http://www.cancer.gov/cancertopics/pdq/cam/acupuncture/healthprofessional/page6|publisher=[[National Cancer Institute]]|accessdate=15 September 2013}}</ref> অন্যহাতে, সুৰক্ষা আৰু যথাৰ্থ ফলাফল বিহীন চিকিৎসাক [[ভূৱা চিকিৎসা]] বোলা হয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ঔষধ"ৰ পৰা অনা হৈছে