বৃক্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
33 নং শাৰী:
==আভ্যন্তৰীণ গঠন==
[[File:KidneyStructures PioM.svg|thumb|250px|left| <center> 1. [[বৃক্কীয় পিৰামিড]] 2. [[আন্তঃলবিউলাৰ ধমনী]] • 3. [[বৃক্কীয় ধমনী]] • 4. [[বৃক্কীয় শিৰা]] 5. [[বৃক্কীয় হাইলাম]] • 6. [[বৃক্কীয় পেলভিচ]] • 7. [[মূত্রনলী]] • 8. [[সৰু কেলিক্স]] • 9. [[বৃক্কীয় কেপচুল]] • 10. [[নিম্নস্থ বৃক্কীয় কেপচুল ]] • 11. [[উপৰস্থ বৃক্কীয় কেপচুল]] • 12. [[আন্তঃলবিউলাৰ শিৰা]] • 13. [[নেফ্রন]] • 14. [[সৰু কেলিক্স]] • 15. [[ডাঙৰ কেলিক্স]] • 16. [[বৃক্কীয় পেপিলা]] • 17. [[বৃক্কীয় কলম]] </center>]]
অনুদৈৰ্ঘ্য ছেদত বৃক্কৰ বাহিৰৰ অংশক কৰ্টেক্স আৰু ভিতৰৰ অংশক [[মেডুলা]] বোলে। মেডুলা কেইবাটাও শংকু আকৃতিত বিভক্ত হৈ থাকে ইয়াক [[বৃক্কীয় পিৰামিড]] বোলে। [[বৃক্কীয় পিৰামিড]]ৰ মাজত সোমাই থকা কৰ্টেক্স অংশক [[বৃক্কীয় কলম]] বোলে। পিৰামিডৰ ভিতৰৰ ফালে মেডুলা ক্ৰমে [[সৰু কেলিক্স]] আৰু [[ডাঙৰ কেলিক্স]]লৈ অগ্ৰসৰ হয়।
== বহিঃসংযোগ ==
|