বৃক্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
35 নং শাৰী:
অনুদৈৰ্ঘ্য ছেদত বৃক্কৰ বাহিৰৰ অংশক কৰ্টেক্স আৰু ভিতৰৰ অংশক [[মেডুলা]] বোলে।‌ মেডুলা কেইবাটাও শংকু আকৃতিত বিভক্ত হৈ থাকে ইয়াক [[বৃক্কীয় পিৰামিড]] বোলে।‌ [[বৃক্কীয় পিৰামিড]]ৰ মাজত সোমাই থকা কৰ্টেক্স অংশক [[বৃক্কীয় কলম]] বোলে।‌ পিৰামিডৰ ভিতৰৰ ফালে মেডুলা ক্ৰমে [[সৰু কেলিক্স]] আৰু [[ডাঙৰ কেলিক্স]]লৈ অগ্ৰসৰ হয়।‌
==কাৰ্য্য==
দেহৰ অতিৰিক্ত পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ ৰক্তস্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰাই বৃক্কৰ প্ৰধান কাৰ্য্য।‌
 
== বহিঃসংযোগ ==
"https://as.wikipedia.org/wiki/বৃক্ক"ৰ পৰা অনা হৈছে