অলিম্পিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

fixing dead links
38 নং শাৰী:
[[File:Baron Pierre de Coubertin.jpg|thumb|upright|বেৰন পিয়েৰ দে কিউবাৰ্টিন (''Pierre de Coubertin'')]]
 
১৭ শতিকাত কেইবাটাও আধুনিক এথলেটিক্স প্ৰতিযোগিতাৰ লগত অলিম্পিক শব্দটো পুনৰোত্থাপন কৰাৰ প্ৰচেষ্টা দেখা পোৱা যায়। তাৰে ভিতৰ প্ৰথম হ’ল ‘কটসৱৰ্ল্ড‘কটচ্‌ৱৰ্ল্ড গেমচ’ [[:en:Cotswold Games|(''Cotswold Games'')]] বা ‘কটসৱৰ্ল্ড‘কটচ্‌ৱৰ্ল্ড অলিম্পিক’, ই মূলত: ইংলেণ্ডৰ ছিপিং কেম্পডেনৰ[[:en:Chipping Campden|(''Chipping Campden'')]] ওচৰত হোৱা গ্ৰাম্য ক্ৰীড়াৰ এক বছৰেকীয়া খেল সমাৰোহ। ১৬১২ ৰ পৰা ১৬২৪ খ্ৰীষ্টাব্দৰ ভিতৰত ৰ’বাৰ্ট ড’ভাৰ নামৰ এজন উকীলে এই খেলৰ আৰম্ভনি কৰে আৰু ই চেগা চোৰোকাকৈ আজিলৈকে চলি আছে। “ ব্ৰিটিছ“ব্ৰিটিছ অলিম্পিচ সংস্থাই" [[:en:British Olympic Association|(''British Olympic Association'')]] ২০১২ চনত অলিম্পিক পাতিবৰ বাবে নিবিদা দিওতে, এই সমাৰোহৰ কথা “ ব্ৰিটেইনৰ“ব্ৰিটেইনৰ অলিম্পিকৰ আৰম্ভনিৰ প্ৰথম উদ্দীপক বুলি” উল্লেখ কৰিছিল<ref name=BOA>{{citation |title=400 Years of Olimpick Passion |url=http://www.olimpickgames.co.uk/contentok.php?id=853 |publisher=Robert Dover's Games Society |accessdate=4&nbsp;June 2010}}</ref>।
 
ফ্ৰান্সত, ১৭৯৬ ৰ পৰা ১৭৯৮ খ্ৰীষ্টাব্দত [[ফৰাছী বিপ্লৱ]]ৰ সময়ছোৱাত “লে’অলিম্পিয়াদে দে লা ৰিপাব্লিকে”(L'Olympiade de la République) নামেৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগীতাখনত প্ৰাচীন অলিম্পিকক অনুসৰণ কৰা দেখা গৈছিল<ref name="frencholympics" /> এই প্ৰতিযোগীতা খনত প্ৰাচীন গ্ৰীক অলিম্পিকৰ কেইবাটাও খেল অন্তৰ্ভুক্ত কৰা হৈছিল। ১৭৯৬ চনত এই প্ৰতিযোগীতাতেই জোখমাখৰ বাবে পোন প্ৰথম “[[মেট্ৰিক প্ৰণালী]]” ৰ প্ৰয়োগ কৰা হৈছিল।<ref name="frencholympics" />।
44 নং শাৰী:
১৮৫০ চনত, ড° ৱিলিয়াম পেনি ব্ৰূকচে [[:en:William Penny Brookes|(''William Penny Brookes'')]] ইংলেণ্ডৰ শ্ৰপচশ্বায়াৰ [[:en:Shropshire|(''Shropshire'')]] কাউণ্টীৰ 'মাচ্চ ৱেনলক'ত একধৰণৰ অলিম্পিক আয়োজন কৰে। ড° ব্ৰুকচে এই সমাৰোহক ১৮৫৯ চনত’ৱেনলক অলিম্পিক গেমচ’[[:en:Wenlock Olympian Society Annual Games|(''Wenlock Olympian Games'')]] বুলি নামাকৰণ কৰে। এই সমাৰোহ অজিলৈয়ো চলি আছে{{sfn|Young|2004|p=144}} ড° ব্ৰুকচে ১৮৬০ চনৰ ১৫ নৱেম্বৰত ‘ ৱেনলক অলিম্পক পৰিষদো’ প্ৰতিষ্ঠা কৰে।{{sfn|Young|1996|p=28}}।
 
১৮৬২ ৰ পৰা ১৮৬৭ চনৰ মাজৰ কালছোৱাত ইংলণ্ডৰ [[লিভাৰপুল]]ত এক অলিম্পিক মহোৎসৱৰ আয়োজন হৈছিল। জ’ন হালী [[:en:John Hulley|(''John Hulley'')]]আৰু চাৰ্লচ মেলি[[:en:Charles Melly|(''Charles Melly'')]]য়ে আয়োজন কৰা এই ক্ৰীড়া সমাৰোহখনে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ‘অপেছাদাৰী চৰিত্ৰ’ আৰু ‘আন্তৰ্জাতিক দৃষ্টিভংগী’, ক্ৰীড়াৰ জগতখনলৈ আমদানী কৰে, যদিও ইয়াত কেৱল অপেছাদাৰী পুৰুষ এথেলেট সকলেহে অংশগ্ৰহণ কৰিব পাৰিছিল।{{sfn|Matthews|2005|pp=53–54}}{{sfn|Weiler|2004}} ১৮৯৬ চনত এথেন্সত হোৱা প্ৰথম আদুনিকআধুনিক অলিম্পিক আৰু এই লিভাৰপুল অলিম্পিকৰ কাৰ্যক্ৰমণিকা প্ৰায় একেধৰণৰ আছিল{{r|Girginov Parry 2005 p38}}। ১৮৬৫ত হালী, ড° ব্ৰুকচ আৰু ই. জি. ৰেভেনষ্টেইনে, লিভাৰপুলত “ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ প্ৰতিষ্ঠা কৰে, যাক “ব্ৰিটিছ অলিম্পিক সংঘৰ” [[:en:British Olympic Association|(''British Olympic Association'')]] অগ্ৰণী সংস্থা বুলি জনা যায়। ‘আন্তৰ্জাতিক অলিম্পিক চাৰ্টাৰ’ [[:en:Olympic Charter|(''International Olympic Charter'')]] মূল কাথামো এই ‘ৰাষ্ট্ৰীয় অলিম্পিয়ান সংঘৰ’ সংগঠন সূত্ৰ সমুহৰ ওপৰতে আধাৰিত{{sfn|Young|1996|p=24}}। ১৮৬৬ চনত লণ্ডনৰ ক্ৰিষ্টেল পেলেচত[[:en:The Crystal Palace|(Crystal Palace)]] এক ‘ৰাষ্ট্ৰীয় অলিম্পিক গেমচ’ৰ আয়োজন কৰা হয়<ref>{{cite web |url= http://www.wenlock-olympian-society.org.uk/william-penny-brookes/index.shtml |title= Much Wenlock & the Olympian Connection |publisher= Wenlock Olympian Society |accessdate=31 January 2009 |archiveurl= http://web.archive.org/web/20090123183803/http://www.wenlock-olympian-society.org.uk/william-penny-brookes/index.shtml <!--Added by H3llBot--> |archivedate= 23 January 2009}}</ref>।
 
===পুনৰুদ্ধাৰ===
"https://as.wikipedia.org/wiki/অলিম্পিক"ৰ পৰা অনা হৈছে