বিচনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্টা সৃষ্টি
 
পোখালি টেগ
1 নং শাৰী:
{{পোখালি}}
বিচনা দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এটি আচবাব৷ ইয়াক শুবলৈ ব্যৱহাৰ কৰা হয়৷
==পদাৰ্থ==
বিচনা বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয়৷ কাঠ ইয়াৰ বহুল প্ৰচলিত পদাৰ্থ যদিও তাৰ উপৰিও ষ্টীল আদি ধাতুৰে নিৰ্মান কৰে৷ সৰ্বসাধাৰণতে বিচনাৰ ওপৰৰ অংশ কাঠ বা নিৰ্মান কৰা পদাৰ্থবিধ থাকে যদিও আজিকালি অত্যাধুনিক বিচনাত কুচন জাতীয় আৱৰণ দিয়া দেখা যায়৷
(অসম্পূৰ্ণ সম্পাদনা)
"https://as.wikipedia.org/wiki/বিচনা"ৰ পৰা অনা হৈছে