ফ'বিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ফোবিয়াৰ পৰা ফ'বিয়ালৈ Gitartha.bordoloiয়ে স্থানান্তৰ কৰিলে: as wiki transliteration convention
tag
1 নং শাৰী:
<!-- Please do not remove or change this Copyvio message until the issue is settled -->
'''ফোবিয়া'''([[Phobia]])হʼল অস্বাভাৱিক ভয়,-যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়,আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে৷ই এক ধৰণৰ মানসিক অসুখ৷উদাহৰণস্বৰূপে কʼব পাৰি পইতাচোঁৰা উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে৷প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফোবিয়া৷আন আন অসুখৰ দৰে ফোবিয়াৰো নেপথ্যত কিছু কাৰণ থাকে৷অধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে৷ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে৷আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে৷<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬</ref>
{{Nobots}}
{{Copyviocore
|url=
|month = September
|day = 17
|year = 2015
|time = 17:54
|timestamp = 20150917175418}}
<!-- Do not use the "Copyviocore" template directly; the above line is generated by "subst:Copyvio|url" -->
'''ফোবিয়াফ'বিয়া'''([[Phobia]])হʼল অস্বাভাৱিক ভয়,-যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়,আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে৷ইলাগে৷ ই এক ধৰণৰ মানসিক অসুখ৷উদাহৰণস্বৰূপেঅসুখ৷ উদাহৰণস্বৰূপে কʼব পাৰি [[পইতাচোঁৰা]] উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে৷প্ৰথমউঠে৷ প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফোবিয়া৷আনফ'বিয়া৷ আন আন অসুখৰ দৰে ফোবিয়াৰোফ'বিয়াৰো নেপথ্যত কিছু কাৰণ থাকে৷অধিকাংশথাকে৷ৱঅধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে৷ইয়াৰতোলে৷ ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে৷আকৌপৰে৷ আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে৷<ref>সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬</ref>
==তথ্যসূত্ৰ==
{{reflist}}
"https://as.wikipedia.org/wiki/ফ%27বিয়া"ৰ পৰা অনা হৈছে