প্ৰাচীন ইজিপ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
12 নং শাৰী:
==বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা==
==শিল্পকলা==
[[File:Nefertiti 30-01-2006.jpg|thumb|upright|ভাস্কৰ থুটমছৰ দ্বাৰা নিৰ্মিত নেফাৰটিটিৰ আৱক্ষ মূৰ্তি]]
প্ৰাচীন ইজিপ্টত শিল্পকলাৰ চৰ্চা আৰু আদৰ আছিল। পুৰণি ৰাজ্যৰ কালছোৱাতে বিভিন্ন কলাৰ বিকাশ ঘটিছিল আৰু শিল্পীসকলে বৈদেশিক প্ৰভাৱৰ পৰা বচাই ৰাখি ইয়াৰ চৰ্চা কৰিছিল।<ref>Robins (1997) p. 29</ref> ছবি আৰু আখৰসমূহ সানমিহলি কৰি মন্দিৰৰ দেৱাল, সমাধি, প্ৰতিমূৰ্তি আদিত অংকিত কৰা হৈছিল।<ref>Robins (1997) p. 21</ref><ref>Robins (2001) p. 12</ref>
 
মূৰ্তিসমূহ নিৰ্মাণৰ বাবে শিলৰ ব্যৱহাৰ কৰা হৈছিল যদিও সস্তীয়া আৰু সহজে খোদাই কৰিব পৰা মাধ্যম হিচাপে কাঠৰো ব্যৱহাৰ হৈছিল। ৰংসমূহ লো, তাম আদিৰ আকৰ, এঙাৰ, চূনশিল আদিৰ পৰা আহৰণ কৰা হৈছিল।<ref>Nicholson (2000) p. 105</ref>
ফাৰাওসকলে যুদ্ধজয়, ৰাজকীয় ঘোষণা, ধাৰ্মিক ঘটনা আদি লিপিৱদ্ধ কৰিবলৈ ফলকৰ ব্যৱহাৰ কৰিছিল।
 
==টোকা==
{{Reflist|22em}}