প্ৰাচীন ইজিপ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
ফাৰাওসকলে যুদ্ধজয়, ৰাজকীয় ঘোষণা, ধাৰ্মিক ঘটনা আদি লিপিৱদ্ধ কৰিবলৈ ফলকৰ ব্যৱহাৰ কৰিছিল।.<ref name="James122">James (2005) p. 122</ref>
==মামি==
ইজিপ্টবাসীসকলে মৃতদেহসমূহ বিশেষ প্ৰক্ৰিয়াৰে (মামি) সংৰক্ষণ কৰিছিল। তেওঁলোকে মৃত্যুৰ পিছতো এক জীৱন থকা বুলি বিশ্বাস কৰিছিল আৰু সমাধিত মৃতকৰ সৈতে জীৱনকালত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ পিৰামিডসমূহত সংৰক্ষণ কৰি ৰাখিছিল।<ref name="James122"/><ref>{{cite web|url= http://www.digitalegypt.ucl.ac.uk/mummy/ok.html|title=Mummies and Mummification: Old Kingdom|accessdate=9 March 2008|publisher=Digital Egypt for Universities, University College London}}</ref>
 
[[File:Anubis attending the mummy of Sennedjem.jpg|thumb|left|মামি এটাৰ কাষত মামিকৰণৰ সৈতে জড়িত দেৱতা]]
 
==টোকা==