নৈৰাজ্যবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
অলপ হাত ফুৰালো।
1 নং শাৰী:
'''নৈৰাজ্যবাদ''' হৈছে এক ধৰণৰ ৰাজনৈতিক দৰ্শন যি [[ৰাষ্ট্ৰ]]ক অপ্ৰয়োজনীয়,অনাকাংক্ষিত আৰু ক্ষতিকৰ বুলি বাখ্যা কৰে আৰু তাৰ পৰিৱৰ্তে ৰাষ্ট্ৰবিহীন সমাজৰ পোষকতা কৰে ৷কৰে৷<ref>"ANARCHISM, a social philosophy that rejects authoritarian government and maintains that voluntary institutions are best suited to express man's natural social tendencies." George Woodcock. "Anarchism" at The Encyclopedia of Philosophy</ref><ref>"In a society developed on these lines, the voluntary associations which already now begin to cover all the fields of human activity would take a still greater extension so as to substitute themselves for the state in all its functions." [http://www.theanarchistlibrary.org/HTML/Petr_Kropotkin___Anarchism__from_the_Encyclopaedia_Britannica.html Peter Kropotkin. "Anarchism" from the Encyclopædia Britannica]</ref><ref>"Anarchism." The Shorter Routledge Encyclopedia of Philosophy. 2005. p. 14 "Anarchism is the view that a society without the state, or government, is both possible and desirable."</ref><ref>Sheehan, Sean. Anarchism, London: Reaktion Books Ltd., 2004. p. 85</ref> নৈৰাজ্যবাদীসকলে সংস্কাৰপন্থী বামধাৰাক আদৰ্শ হিচাপে গ্ৰহণ কৰেকৰে।<ref> [^ a b Brooks, Frank H. (1994). The Individualist Anarchists: An Anthology of Liberty (1881–1908). Transaction Publishers. p. xi. ISBN 1-56000-132-1. "Usually considered to be an extreme left-wing ideology, anarchism has always included a significant strain of radical individualism, from the hyperrationalism of Godwin, to the egoism of Stirner, to the libertarians and anarcho-capitalists of today" ] </ref><ref>[ ^ Joseph Kahn (2000). "Anarchism, the Creed That Won't Stay Dead; The Spread of World Capitalism Resurrects a Long-Dormant Movement". The New York Times (5 August).Colin Moynihan (2007). "Book Fair Unites Anarchists. In Spirit, Anyway". New York Times (16 April). ]</ref>৷বেছিভাগ বেছিভাগ নৈৰাজ্যবাদী অৰ্থনীতি আৰু নৈৰাজ্যবাদী আইনী দৰ্শনৰ দ্বাৰা সাম্যবাদ, সমবায়, ছিণ্ডিকেলিজম্ আৰু অংশীদাৰিত্বৰ অৰ্থনীতিৰ ৰাষ্ট্ৰবিহীন বাখ্যা প্ৰতিফলিত কৰা হয় ৷হয়৷<ref>[^ Stringham, Edward (2007). Stringham, Edward. ed. Anarchy and the Law. The Political Economy of Choice.. Transaction Publishers. p. 720. ]</ref>
 
==ব্যুৎপত্তি==
 
নৈৰাজ্যবাদৰ ইংৰাজী প্ৰতিশব্দ হৈছে Anarchism৷এইAnarchism৷ এই শব্দটো Anarchy আৰু ism লগ হৈ গঠিত হৈছে।<ref>Anarchism, Online etymology dictionary.</ref> Anarchy শব্দটো গ্ৰীক ভাষাৰ Anarchos (ἄναρχος) শব্দৰ পৰা আহিছে<ref>ἀναρχία. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.</ref><ref> Anarchy, Merriam-Webster online.</ref> <ref> Anarchy, Online etymology dictionary.</ref> যাৰ অৰ্থ হৈছে শাসকবিহীনশাসকবিহীন।<ref>ἄναρχος. Liddell, Henry George; Scott, Robert; A Greek–English Lexicon at the Perseus Project.</ref> নৈৰাজ্যবাদ (Anarchism) শব্দটো ১৫৩৯ চনত প্ৰথম ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়।<ref>"Origin of ANARCHY Medieval Latin anarchia, from Greek, from anarchos having no ruler, from an- + archos ruler — more at arch- First Known Use: 1539" "Anarchy" at Merriam Webster dictionary online</ref> [[ফ্ৰান্স বিপ্লৱ]]ৰ সহায়ত কিছুমান ৰাজনীতিকে বিৰোধী পক্ষক নৈৰাজ্যবাদী আখ্যা দিছিলদিছিল৷ ৷পিয়েৰিপিয়েৰি জোচেফ প্ৰৌধন হ’ল প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক যিয়ে নিজকে নৈৰাজ্যবাদী বুলি পৰিচয় দিয়েদিয়ে৷ ৷যাৰযাৰ ফলত ঊনবিংশ শতিকাৰ মাজভাগত নৈৰাজ্যবাদ শব্দটোৱে আনুষ্ঠানিকতা পায় ৷পায়৷
 
==ইতিহাস==
 
[[যীশুখ্ৰীষ্ট]]ৰ জন্মৰ ছশ বছৰ আগতে তাওৱিষ্ট (Taoist) দাৰ্শনিক লাওজিয়ে সৰ্বপ্ৰথম নৈৰাজ্যবাদ শব্দটো ব্যৱহাৰ কৰিছিল<ref>Peter Kropotkin, "Anarchism", Encyclopædia Britannica 1910.</ref> আৰু তাৰ পিছৰ শতিকাত ঝুৱাংজি (Zhuangzi) আৰু বাও জিন্গ্যানে (Bao Jingyan) এই শব্দটো ব্যৱহাৰ কৰিছিল কৰিছিল।<ref>"Anarchism: A Documentary History of Libertarian Ideas, Volume One: From Anarchy to Anarchism (300CE-1939)". Robert Graham's Anarchism Weblog.</ref> কোনোৱে যীশুখ্ৰীষ্টক প্ৰথমগৰাকী খ্ৰীষ্টিয়ান নৈৰাজ্যবাদী বুলি ঘোষণা কৰিছে ৷কৰিছে৷ জৰ্জেচ লেকাৰ্টিয়া(Georges Lechartier)ৰে এই কথা লিখি গৈছেগৈছে। <ref>Cited in George Woodcock, Anarchism: A History of Libertarian Ideas and Movements (Cleveland: Meridian Books, 1962), p. 38.</ref> পূৰ্বৰ ইছলামিক বুৰঞ্জীটো নৈৰাজ্যবাদৰ ধাৰণা পোৱা যায় ৷যায়৷ মুছলমান পণ্ডিত আমেৰ আল-বাছৰী(Amer al-Basri) আৰু আবু হানিফাই শাসকক বৰ্জন কৰি ৱাকফ পৰম্পৰা আৰম্ভ কৰিছিল ৷কৰিছিল৷
 
==সমসাময়িক নৈৰাজ্যবাদ==
 
৬০ আৰু ৭০অৰ দশকত নৈৰাজ্যবাদ বৃদ্ধি পায়পায়।<ref>[^ Thomas 1985, p. 4]</ref> ৷১৯৬৮১৯৬৮ চনত [[ইটালী]]ৰ কৰাৰাত আন্তৰ্জাতিক নৈৰাজ্যবাদী ফেডাৰেশ্যন গঠিত হয়হয়৷ [[আমেৰিকা]]ৰ নাগৰিকৰ অধিকাৰ আন্দোলন আৰু [[ভিয়েটনাম]] যুদ্ধবিৰোধী আন্দোলনে [[উত্তৰ আমেৰিকা]]ত নৈৰাজ্যবাদৰ উদ্ভৱ ঘটায়ঘটায়৷ ৷বিংশবিংশ শতাব্দীৰ শেষৰপিনে শ্ৰমিক আন্দোলন আৰু প্ৰাণী অধিকাৰ আন্দোলনে নৈৰাজ্যবাদক নতুন মাত্ৰা প্ৰদান কৰে ৷কৰে৷
 
==তথ্য সংগ্ৰহ==