Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল এপ্ সম্পাদনা |
}}
'''ইজিপ্ত''' ([[আৰবী ভাষা|আৰবী ভাষাত]]: مصر মিস্ব্ৰ্, কথিত মিচৰীয় আৰবী مصر মাস্ব্ৰ্, [[ইংৰাজী ভাষা|ইংৰাজী ভাষায়ভাষাত]]: Egypt ইজিপ্ত), চৰকাৰী নাম মিচৰ আৰব প্রজাতন্ত্র, [[উত্তৰ আফ্রিকা|উত্তৰ আফ্রিকাৰ]] এখন প্রাচীন [[ৰাষ্ট্র]]। দেশখনৰ বেছি ভাগ অংশ আফ্রিকাত অৱস্থিত, কিন্তু ইয়াৰ একেবাৰে পূর্বৰ অংশটি, চিনাই উপদ্বীপ, সাধাৰণতে মন কৰা হয়। চিনাই উপদ্বীপ [[আফ্রিকা|আফ্রিকা মহাদেশেৰ]] মধ্য স্থলসেতুৰ দৰে কাম কৰে। মিচৰৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। [[নীল নদ|নীল নদীৰ]] উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই মিচৰৰ বেছি ভাগ মানুহ বাস কৰে। [[কাইৰো]] দেশৰ বৃহত্তম [[চহৰ]] আৰু [[ৰাজধানী]]।
|