নিউম'নিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''নিউম'নিয়া''' {{En|Pneumonia}} হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস...
 
3 নং শাৰী:
[[ৰঞ্জন ৰশ্মি]] আৰু খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়। কিছুমান নিউম'নিয়াৰ বাবে প্ৰতিষেধক ছিটাও উপলব্ধ। ৰোগৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতিও ভিন্ন হয়। বেক্টেৰিয়াজনিত নিউম'নিয়াৰ বাবে বেক্টেৰিয়া প্ৰতিৰোধী [[ঔষধ]] ব্যৱহাৰ কৰা হয়।
সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৪৫০ নিযুত লোক (জনসংখ্যাৰ ৭%) নিউম'নিয়াত আক্ৰান্ত হয় আৰু প্ৰায় ৪ নিযুত লোকৰ মৃত্যু হয়।
 
[[শ্ৰেণী:ৰোগ]]