ইজিপ্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
65 নং শাৰী:
 
'''ইজিপ্ত''' বা [[ইজিপ্ত|মিচৰ]] ([[আৰবী ভাষা|আৰবী ভাষাত]]: مصر মিস্ব্‌ৰ্, কথিত মিচৰীয় আৰবী مصر মাস্ব্‌ৰ্, [[ইংৰাজী ভাষা|ইংৰাজী ভাষাত]]: Egypt ইজিপ্ত), চৰকাৰী নাম মিচৰ আৰব প্রজাতন্ত্র, [[উত্তৰ আফ্রিকা|উত্তৰ আফ্রিকাৰ]] এখন প্রাচীন [[ৰাষ্ট্র]]। দেশখনৰ বেছি ভাগ অংশ আফ্রিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূর্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ [[আফ্রিকা|আফ্রিকা মহাদেশৰ]] মধ্য স্থলসেতুৰ দৰে কাম কৰে। মিচৰৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। [[নীল নদ|নীল নদীৰ]] উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই মিচৰৰ বেছি ভাগ মানুহ বাস কৰে। [[কাইৰো]] দেশৰ এখন ডাঙৰ [[চহৰ]] আৰু [[ৰাজধানী]]।
''==নামাকৰণ==
[[ইংৰাজী ভাষা|ইংৰাজী শব্দ]] "''Egypt''" [[গ্ৰীক ভাষা]], [[ফ্ৰেন্স ভাষা]], [[ইংৰাজী ভাষা]] আৰু [[আৰবী ভাষা|আৰবী ভাষাৰ]] মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু "''মিচৰ''" শব্দটো [[আৰবী ভাষা|আৰবী ভাষাৰ]] পৰা আহিছে ।''
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ইজিপ্ত"ৰ পৰা অনা হৈছে