প্ৰতিজৈৱিক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
<!-- Resistance -->
প্ৰতিজৈৱিকৰ আবিস্কাৰে বিংশ শতিকাৰ চিকিৎসা বিজ্ঞানত বিপ্লৱৰ সূচনা কৰে, প্ৰতিষেধক ছিটা আৰু প্ৰতিজৈৱিকৰ ব্যৱহাৰৰ ফলত উন্নত দেশসমূহত [[যক্ষ্মা]]ৰ দৰে ৰোগ প্ৰায় নিৰ্মূল কৰি পেলায়। ইহঁতৰ কাৰ্যকাৰিতা আৰু সহজে ব্যৱহাৰ কৰিব পৰা সুবিধাৰ বাবে ইহঁতৰ মাত্ৰাধিক ব্যৱহাৰ হৈছে ফলস্বৰূপে বেক্টেৰিয়াবোৰেও প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান বিশ্বজুৰি ই এটা ডাঙৰ সমস্যা ৰূপে পৰিগণিত হৈছে,<!--{{cn}}--> [[বিশ্ব স্বাস্থ্য সংস্থা]]ই এই প্ৰতিৰোধতাক "serious threat [that] is no longer a prediction for the future, it is happening right now in every region of the world and has the potential to affect anyone, of any age, in any country" বুলি শ্ৰেণীকৰণ কৰিছে।<ref name="WHO Global">{{cite press release | url=http://www.who.int/mediacentre/news/releases/2014/amr-report/en/ | title=WHO's first global report on antibiotic resistance reveals serious, worldwide threat to public health| publisher=The World Health Organization | date=30 April 2014 | accessdate=21 December 2014}}</ref>
১৯০৭ চনত আলফ্ৰেড বাৰ্ডেইম আৰু পল এৰলিছে [[চিফিলিছ]]ৰ
১৯০৭ চনত আলফ্ৰেড বাৰ্ডেইমে [[ছাইফিলছ]]ৰ চিকিৎসাত ব্যৱহাৰ হোৱা আৰ্ছফেনামাইনৰ সংশ্লেষণৰ লগে লগেই এণ্টিবেক্টেৰিয়েল কেম'থেৰাপিৰ যুগ আৰম্ভ হয় বুলি কোৱা হয়।<ref>{{cite journal | vauthors = Williams KJ | title = The introduction of 'chemotherapy' using arsphenamine - the first magic bullet | journal = J R Soc Med | volume = 102 | issue = 8 | pages = 343–8 | year = 2009 | pmid = 19679737 | pmc = 2726818 | doi = 10.1258/jrsm.2009.09k036 }}</ref><ref name="goodman">{{cite book |last1=Goodman |first1=Louis S. |author-link1=Louis S. Goodman |last2=Gilman |first2=Alfred |author-link2=Alfred Gilman, Sr. |title=[[The Pharmacological Basis of Therapeutics]] |publisher=Macmillan |location=New York |year=1941}}</ref> প্ৰথম [[wikt:systemic|প্ৰণালীবদ্ধ]] সক্ৰিয় প্ৰতিজৈৱিক [[ঔষধ]] প্ৰ'ণ্ট'ছিল গাৰ্হাৰ্ড ড'মাৰ্গে ১৯৩৩ চনত আবিস্কাৰ কৰিছিল।কৰিছিল,<ref name="goodman"/><ref>{{cite journal | vauthors = Aminov RI | title = A brief history of the antibiotic era: lessons learned and challenges for the future | journal = [[Frontiers in Microbiology]] | volume = 1 | issue = | pages = 134 | year = 2010 | pmid = 21687759 | pmc = 3109405 | doi = 10.3389/fmicb.2010.00134 }}</ref> ইয়াৰ বাবে তেঁওক ১৯৩৯ চনত [[ন'বেল বঁটা]]ৰে সন্মানিত কৰা হৈছিল।
 
==তথ্য সংগ্ৰহ==