গ্ৰহাণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন অনুচ্ছেদ
No edit summary
8 নং শাৰী:
বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে [[মেক্সিকো]]ৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল৷ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল৷১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত [[ৰাছিয়া]]ৰ [[ছাইবেৰিয়া]] অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল৷২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল৷গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ [[হিৰোশ্বিমা]]ত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে৷<ref>ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫</ref>
 
==তথ্য সংগ্ৰহ==

{{Reflist}}
 
[[শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান]]
"https://as.wikipedia.org/wiki/গ্ৰহাণু"ৰ পৰা অনা হৈছে