চাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

59 নং শাৰী:
|}
=== অসম আৰু চাহ শিল্প ===
{{Main|অসম চাহ]]}}
[[চিত্ৰ:চাহ বাগিছা.JPG|thumb|[[অসম]]ৰ চাহ বাগিছা]]
[[অসম]]ৰ প্ৰায় দুই লাখ ত্ৰিশ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু প্ৰায় ৮৫০ খন চাহ বাগিছা ৰাজ্যখনত আছে৷ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক অঞ্চল হিচাপে পৰিগণিত অসমৰ প্ৰায় দহ লাখ লোক চাহ উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে জড়িত৷
"https://as.wikipedia.org/wiki/চাহ"ৰ পৰা অনা হৈছে